ETV Bharat / sitara

প্ৰকাশ পালে অস্কাৰ 2021ৰ বঁটা বিজয়ীসকলৰ নাম...

চলচ্চিত্ৰ নিৰ্মাতা ক্লো ঝাও, প্ৰবীণ অভিনেতা এন্থনী হপকিন্স আৰু ফ্ৰান্সেছ মেকডৰমেণ্ডে লজ এঞ্জেলছৰ ডল্বি থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচন দুয়োটা স্থানতে অনুষ্ঠিত হোৱা 93 তম অস্কাৰ বঁটাত শীৰ্ষ সন্মান লাভ কৰে । প্ৰকাশ পাইছে এই বৰ্ষৰ অস্কাৰ বিজয়ীসকলৰ নাম...

Oscars 2021 winners
অস্কাৰ 2021ৰ বঁটা বিজয়ী
author img

By

Published : Apr 26, 2021, 12:22 PM IST

চিটাৰা ডেস্ক,26 এপ্ৰিল : লজ এঞ্জেলছৰ ডল্বি থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচনত 93 তম একাডেমী বঁটা অনুষ্ঠিত হয় । এইবেলি বিজয়ী তালিকাত 23টা শ্ৰেণীৰ বিজয়ীসকলৰ ভিতৰত কিছুমান ঐতিহাসিকভাৱে কিছুসংখ্যকে লাভ কৰিছে শীৰ্ষস্থান ৷

উল্লেখ্য যে, ক’ভিড মহামাৰীৰ প্ৰভাৱৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো মূল পৰিকল্পনাতকৈ দুমাহ পাচত আয়োজন কৰা হয় ৷ বঁটাৰ বাবে মনোনয়নসমূহ চলিত বৰ্ষৰ 15 মাৰ্চত ঘোষণা কৰা হৈছিল ।

বঁটা বিজয়ীসকলৰ নাম ক্ৰমে-

মুখ্য অভিনেতা (LEAD ACTOR)-

এন্থনী হপকিন্স, দ্যা ফাদাৰ- বিজয়ী

ৰিজ আহমেদ, চাউণ্ড অৱ মেটেল

চাদউইক বোচমেন, মা ৰেইনী’জ ব্লেক বট্টম

গেৰী অ’ল্ডমেন, ম্যাংক

ষ্টিভেন ইউন, মিনাৰী

মুখ্য অভিনেত্ৰী (LEAD ACTRESS)-

ফ্ৰান্সেছ মেকড’নাল্ড, নোমাডলেণ্ড- বিজয়ী

ভায়’লা ডেভিজ, মা ৰেইনী’জ ব্লেক বট্টম

আন্দ্ৰা ডে, দ্যা ইউনাইটেড ষ্টেটছ ভিএছ. বিল্লী হোলীডে’

ভেনেচ্ছা কিৰবাই, পিচেছ অৱ ও উইমেন

কেৰী মুল্লীগান, প্ৰমিচিং য়ং উইমেন

মুখ্য ছবি (BEST PICTURE)-

নোমাডলেণ্ড- বিজয়ী

দ্যা ফাদাৰ

জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা

ম্যাংক

মিনাৰী

প্ৰমিচিং য়ং উইমেন

চাউণ্ড অৱ মেটেল

দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

সংগীত (ORIGINAL SONG)-

'ফাইট ফ’ৰ ইউ' ফ্ৰম জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা- বিজয়ী

'হেয়াৰ মাই ভইচ' ফ্ৰম দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

'হুছাভিক' ফ্ৰম ইউৰ’ভিজন চং কনটেষ্ট: দ্যা ষ্টৰী অৱ ফায়াৰ চাগা

'আইঅ’ এছì (চিন)' ফ্ৰম দ্যা লাইফ এহেদ (লা ভিটা দেৱন্তী ও চে)

'স্পীক নাও' ফ্ৰম ওৱান নাইট ইন মিয়ামী

সংগীত (ORIGINAL SCORE)-

চ’ল - বিজয়ী

দা 5 ব্লাডছ

ম্যাংক

মিনাৰী

নিউজ অৱ দ্যা ৱৰ্লড

চলচ্চিত্ৰ সম্পাদনা (FILM EDITING)-

চাউণ্ড অৱ মেটেল- বিজয়ী

দ্যা ফাদাৰ

নোমাডলেণ্ড

প্ৰমিচিং য়ং উইমেন

দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

চিনেমেট’গ্ৰাফী (CINEMATOGRAPHY)-

ম্যাংক- বিজয়ী

জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা

নিউজ অৱ দ্যা ৱৰ্লড

নোমাডলেণ্ড

দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

প্ৰডাকচন ডিজাইন (PRODUCTION DESIGN)-

ম্যাংক - বিজয়ী

দ্যা ফাদাৰ

মা ৰেইনী’জ ব্লেক বট্টম

নিউজ অৱ দ্যা ৱৰ্লড

টেনেট

সহকাৰী অভিনেত্ৰী (ACTRESS IN SUPPORTING ROLE)-

য়ুহ-জুং ইঅ’ন, মিনাৰী- বিজয়ী

মাৰিয়া বাকালোভা, বোৰাট চাবচিক্যুৱেণ্ট মুভীফিল্ম

গ্লেন ক্লোজ, হিলবিল্লী ইলিগী

অ’লিভিয়া ক’লমেন, দ্যা ফাদাৰ

আমান্দা চেফ্ৰাইড, ম্যাংক

সহকাৰী অভিনেতা (ACTOR IN SUPPORTING ROLE)-

ডেনিয়েল কালুয়া, জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা- বিজয়ী

চাছা বাৰোন কোহেন, দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

লেছলী অ’ডোম জুনিয়ৰ, ওৱান নাইট ইন মিয়ামী...

পল ৰাচি, চাউণ্ড অৱ মেটেল

লাকেইট ষ্টেনফিল্ড, জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা

ভিজুৱেল ইফেক্টছ (VISUAL EFFECTS)-

টেনেট- বিজয়ী

লাভ এণ্ড ম’নষ্টাৰ্ছ

দ্যা মিডনাইট স্কাই

মুলান

দ্যা ওৱান এণ্ড অনলি ইভান

ডক্যুমেণ্টৰী খিচাৰ (DOCUMENTARY FEATURE)-

মাই অক্টোপাছ টিটছাৰ- বিজয়ী

কালেক্টিভ

ক্ৰিপ কেম্প

দ্যা মোল এজেণ্ট

টাইম

ডক্যুমেণ্টৰী শ্বৰ্ট চাবজেক্ট (DOCUMENTARY SHORT SUBJECT)-

কোলেট- বিজয়ী

এ ক’নচাৰ্টো ইজ এ কনভাৰ্চেশ্বন

ডু নট প্লিট

হাংগাৰ ৱাৰ্ড

এ লাভ চং ফ’ৰ লতাছা

এনিমেটেড ফিচাৰ (ANIMATED FEATURE)-

চ’ল- বিজয়ী

অ’ভাৰ দ্যা মুন

এ শ্ব’ন দ্যা শ্বীপ মুভী: ফাৰ্মাগেড্ডোন

অ’নৱাৰ্ড

ওলফৱাকাৰ্ছ

এনিমেটেড শ্বৰ্ট ফিল্ম (ANIMATED SHORT FILM)-

ইফ এনিথিং হেপেনছ আই লাভ ইউ- বিজয়ী

বুৰো

জিনিয়াছ লোছী

অ’পেৰা

ইয়েছ-পিপল

লাইভ-এক্সন শ্বৰ্ট ফিল্ম (LIVE-ACTION SHORT FILM)-

টু ডিছটেণ্ট ষ্ট্ৰেঞ্জাৰ্ছ- বিজয়ী

ফিলিং থ্ৰ’

দ্যা লেটাৰ ৰুম

দ্যা প্ৰেজেণ্ট

হোৱাইট আই

শব্দ (SOUND)-

চাউণ্ড অৱ মেটেল- বিজয়ী

গ্ৰেহাউণ্ড

ম্যাংক

নিউজ অৱ দ্যা ৱৰ্লড

চ’ল

সৰ্বশ্ৰেষ্ঠ পৰিচালক (BEST DIRECTOR)-

শ্লো ঝাও, নোমলেণ্ড- বিজয়ী

লী ইছাক চুং, মিনাৰী

ইমাৰেল্ড ফেন্নেল, প্ৰমিচিং য়ং উইমেন

ডেভিদ ফিঞ্চাৰ, ম্যাংক

থমাচ ভিণ্টাৰবাৰ্গ, এনাদাৰ ৰাউণ্ড

সা-সজ্জা (COSTUME DESIGN)-

মা ৰেইনী’জ ব্লেক বট্টম- বিজয়ী

ইম্মা

ম্যাংক

মুলান

পিনোচ্চিঅ’

মেকআপ এণ্ড হেয়াৰষ্টাইলিং (MAKEUP & HAIRSTYLING)-

মা ৰেইনী’জ ব্লেক বট্টম- বিজয়ী

ইম্মা

হিলবিল্লী ইলিগী

ম্যাংক

পিনোচ্চিঅ’

ইণ্টাৰনেশ্যনেল ফিচাৰ (INTERNATIONAL FEATURE)-

এনাদাৰ ৰাউণ্ড (ডেনমাৰ্ক)- বিজয়ী

বেটাৰ ডেজ (হংকং)

কালেক্টিভ (ৰোমানিয়া)

দ্যা মেন হু চোল্ড হিজ স্কীণ (টুনিছিয়া)

কুও ৱেডিছ, এইডা? (বোচনিয়া এণ্ড হাৰ্জেগোভিনা)

অভিযোজিত চিত্ৰনাট্য (ADAPTED SCREENPLAY)-

দ্যা ফাদাৰ- বিজয়ী

বোৰাট চাবচিক্যুৱেণ্ট মুভীফিল্ম

নোমাডলেণ্ড

ওৱান নাইট ইন মিয়ামী...

দ্যা হোৱাইট টাইগাৰ

মূল চিত্ৰনাট্য (ORIGINAL SCREENPLAY)-

প্ৰমিচিং য়ং উইমেন- বিজয়ী

জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা

মিনাৰী

চাউণ্ড অৱ মেটেল

দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7

লগতে পঢ়ক : হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰা সীমাক প্ৰশংসা প্ৰিয়ংকা, নব্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.