ETV Bharat / sitara

অন্ত পৰিল তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলে

পূৰ্বতকৈও অধিক সঁহাৰি লাভ কৰা এইবাৰৰ তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৭০০০ তকৈও অধিক দৰ্শকে পঞ্জীয়ন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেৰ দ্বাৰা শুভাৰম্ভ ঘটা মহোৎসৱ খনৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকে ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

অন্ত পৰিল তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
author img

By

Published : Nov 7, 2019, 8:42 PM IST

গুৱাহাটী, 7 নৱেম্বৰঃ চলিত বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা আয়োজিত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৬ নৱেম্বৰ তাৰিখে সমাপ্তি ঘটে। পূৰ্বতকৈও অধিক সঁহাৰি লাভ কৰা এইবাৰৰ এই মহোৎসৱত ৭০০০ তকৈও অধিক দৰ্শকে পঞ্জীয়ন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেৰ দ্বাৰা শুভাৰম্ভ ঘটা মহোৎসৱখনৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকে ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

অন্ত পৰিল তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

জনপ্ৰিয় ছবি অভিনেতা তথা থিয়েটাৰৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী ড° মোহন আগাছি এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত হৈ ছবি সন্দৰ্ভত তেওঁৰ মনোভাৱ ব্যক্ত কৰে।ইয়াৰ লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ছবি নিৰ্মাতা শান্তনা বৰদলৈ। তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱা কেইবাগৰাকীও ছবি নিৰ্মাতাক বঁটা প্ৰদান কৰা হয়। সেইকেইটা হৈছে ক্ৰমে ঃ

জুৰিৰ স্পেচিয়েল মেনচনঃ

  • ডিচ ইজ লাইফ
  • চনপাপড়ি

বেষ্ট ফিল্ম-

  • আহাৰৰ দুপৰীয়া

প্ৰথম স্পেচিয়েল মেনচনঃ

  • ফিলিপ চাংগা(অভিনেতা) "মা.আমা" ৰ বাবে

দ্বিতীয় স্পেচিয়েল মেনচনঃ

  • " জুৱেলউই" ৰ বাবে ৰাজনী বসুমতাৰী

স্পেচিয়েল জুৰি এৱাৰ্ডঃ

  • মাৰাঠী ছবি "ডিঠে" ৰ বাবে সুমিত্ৰা ভেৰবি
  • তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে ব্ৰঞ্জ কেমেৰা আৰু নগদ এক লাখ টকা

বেংগলী ছবি "অব্যক্ত" ৰ বাবে অৰ্জুন দত্তই লাভ কৰে এটা ট্ৰফীৰ লগতে এটা ৰূপৰ কেমেৰা আৰু নগদ ডেৰ লাখ টকা

বেষ্ট ইণ্ডিয়ান ফিছাৰ ফিল্মঃ মাৰাঠী ছবি "ডিয়াৰ মল্লি"য়ে লাভ কৰে এটা ট্ৰফীৰ লগতে এটা সোণৰ কেমেৰা আৰু নগদ ২ লাখ টকা

Intro:চলিত বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা আয়োজিত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ আজি অৰ্থাৎ ৬ নৱেম্বৰ তাৰিখে সমাপ্তি ঘটে। পূৰ্বতকৈও অধিক সঁহাৰি লাভ কৰা এইবাৰৰ এই মহোৎসৱত ৭০০০ তকৈও অধিক দৰ্শকে পঞ্জীয়ন কৰে।
মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেৰ দ্বাৰা শুভাৰম্ভ ঘটা মহোৎসৱ খনৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকে ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জনপ্ৰিয় ছবি অভিনেতা তথা থিয়েটাৰৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী ড° মোহন আগাছি আজিৰ এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত হৈ ছবি সন্দৰ্ভত তেওঁৰ মনোভাৱ ব্যক্ত কৰে।
Body:
ইয়াৰ লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ছবি নিৰ্মাতা শান্তনা বৰদলৈ। তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত নিজৰ প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱা কেইবাগৰাকীও ছবি নিৰ্মাতাক বঁটা প্ৰদান কৰা হয়। সেইকেইটা হৈছে ক্ৰমে-

১. জুৰি ৰ স্পেচিয়েল মেঞ্চনঃ
- ডিচ ইজ লাইফ
- চনপাপড়ি

বেষ্ট ফিল্ম-
আহাৰৰ দুপৰীয়া

প্ৰথম স্পেচিয়েল মেঞ্চনঃ
ফিলিপ চাংগা(অভিনেতা) "মা.আমা" ৰ বাবে

দ্বিতীয় স্পেচিয়েল মেঞ্চনঃ
" জুৱেলউই" ৰ বাবে ৰাজনী বসুমতাৰী

স্পেচিয়েল জুৰি এৱাৰ্ডঃ
-মাৰাঠী ছবি "ডিঠে" ৰ বাবে সুমিত্ৰা ভেৰবি
তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে ব্ৰঞ্জ কেমেৰা আৰু নগদ এক লাখ টকা

- বেংগলী ছবি "অব্যক্ত" ৰ বাবে অৰ্জুন দত্ত
তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে এটা ৰূপৰ কেমেৰা আৰু নগদ ডেৰ লাখ টকা

বেষ্ট ইণ্ডিয়ান ফিছাৰ ফিল্ম-

মাৰাঠী ছবি "ডিয়াৰ মল্লি"
তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে এটা সোণৰ কেমেৰা আৰু নগদ ২ লাখ টকা।Conclusion:. Feed sent through Live U
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.