গুৱাহাটী, 14 মাৰ্চঃ অসমীয়া চলচ্চিত্ৰ জগতত সংযোজনৰ দিশে সৌৰভ কুমাৰ চলিহাৰ 'অশান্ত ইলেক্ট্ৰন' ৷ গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ জনপ্ৰিয় গল্প 'অশান্ত ইলেক্ট্ৰন' আধাৰতে নিৰ্মাণ হ'ব পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবি 'অশান্ত ইলেক্ট্ৰন' ৷ তাছাডা আৰ্টছৰ প্ৰযোজনাত আৰু ৰংবিনৰ সহযোগত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম পূৰ্ণ গতিত চলিছে বুলি জনাই পৰিচালক চৈয়দ তাছকীয়ে ৷ আনহাতে, গল্পটোৰ মূল বিষয়বস্তুক গুৰুত্ব দি এখন বাস্তবধৰ্মী ছবি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি মন্তব্য কৰে মুখ্য সহকাৰী পৰিচালক অভিজ্ঞান কাশ্যপে ৷
অসমীয়া ছবি জগতত 'অশান্ত ইলেক্ট্ৰন' - ETV bharat assam
তাছাডা আৰ্টছৰ প্ৰযোজনাত আৰু ৰংবিনৰ সহযোগত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম পূৰ্ণ গতিত চলিছে বুলি জনাই পৰিচালক চৈয়দ তাছকীয়ে