ETV Bharat / sitara

2019 বৰ্ষৰ তৃতীয় আগতীয়া বুকিঙৰ খিতাপ অৰ্জন কবীৰ সিঙৰ

চাহিদ কাপুৰৰ কবীৰ সিং ছবিখনে 2019 বৰ্ষৰ তৃতীয় সৰ্ববৃহৎ আগতীয়া বুকিঙৰ অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে বক্স অফিছত ভাৰত আৰু এভেঞ্জাৰ এণ্ডগেমৰ পাচতে স্থান লাভ কৰিছে কবীৰ সিঙে ৷

author img

By

Published : Jun 22, 2019, 9:47 AM IST

2019 বৰ্ষৰ তৃতীয় আগতীয়া বুকিঙৰ খিতাপ অৰ্জন কবীৰ সিঙৰ

নিউজ ডেস্ক,22জুনঃ চাহিদ কাপুৰৰ কবীৰ সিং ছবিখনে 2019 বৰ্ষৰ তৃতীয় সৰ্ববৃহৎ আগতীয়া বুকিঙৰ অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, বস্ক অফিছত ভাৰত আৰু এভেঞ্জাৰ এণ্ডগেমৰ পাচতে স্থান লাভ কৰিছে কবীৰ সিঙে ৷

চাহিদ কাপুৰ আৰু কিয়াৰা আডৱানী অভিনীত কবীৰ সিং ছবিখনে ছবি সমালোচকৰ প্ৰতিক্ৰিয়াৰ কাৰণ হৈ পৰিছে যদিও কিন্তু টিকটৰ খিৰিকীটো সমানেই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম দিনাই বক্স অফিছত ছবিখনে ভালেসংখ্যক উপাৰ্জন কৰে ৷ বক্স অফিছ ইণ্ডিয়াৰ এক সমীক্ষা অনুসৰি কবীৰ সিঙে 11.11 কোটি টকা মুক্তিৰ পূৰ্বেই অৰ্জন কৰি এই বৰ্ষৰ তৃতীয়খন উপাৰ্জনকাৰী ছবিৰ খিতাপ অৰ্জন কৰে ৷ লগতে মুক্তিৰ প্ৰথম দিনাই প্ৰায় 20 কোটি টকা উপাৰ্জন কৰে ৷

কবীৰ সিঙলৈ 2019 বৰ্ষৰ তৃতীয় আগতীয়া বুকিঙৰ খিতাপ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.