ETV Bharat / sitara

বাটলা হাউচৰ সফলতাত সুখী জন আব্ৰাহম

author img

By

Published : Aug 17, 2019, 4:24 AM IST

বহু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো ছবিগৃহত জন আব্ৰাহম অভিনীত ছবি বাটলা হাউচৰ সফলতাই সুখী কৰি তুলিছে অভিনেতাজনক

বাটলা হাউচৰ সফলতাত সুখী জন আব্ৰাহম

নিউজ ডেক্স,17 আগষ্টঃ শেহতীয়াকৈ মুক্তি পোৱা চলচ্চিত্ৰ বাটলা হাউচক লৈ সুখী জনপ্ৰিয় অভিনেতা জন আব্ৰাহম ৷ ছবিগৃহত ছবিখনৰ প্ৰচলনক লৈ সুখী জনপ্ৰিয় অভিনেতাগৰাকী ৷ সত্যমেৱ জয়তে, পৰমাণুৰ দৰে দেশভক্তিমূলক ছবিত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিনেতাজনে অনুৰাগীৰ কাষলৈ পুনৰ উভতি আহিল বাটলা হাউচৰ সৈতে ৷ প্ৰথম অৱস্থাত ছবিখনে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ছবিগৃহত ছবিখনে খলকনি তুলিবলৈ সক্ষম হোৱাত যথেষ্ট সুখী হৈ পৰে অভিনেতাগৰাকী ৷ উল্লেখ্য যে, ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে 14 কোটিৰো অধিক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

john abraham happy with batla house

Intro:Body:

batla house

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.