ETV Bharat / sitara

৮ মাৰ্চত মুক্তি পাবলগীয়া "বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি

টুইটাৰযোগে গীতটো প্ৰকাশ কৰে চলচ্চিত্ৰখনৰ শিল্পী তথা কলা-কুশলীসকলে

author img

By

Published : Feb 20, 2019, 11:30 PM IST

"বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি

নিউজ ডেক্স,২০ ফেব্ৰুৱাৰীঃনাৰী দিৱসৰ দিনা মুক্তি পাব বলিউডৰ বিগ বি আৰু তাপসী পান্নু অভিনীত ছবি বদলাই । অমল মাল্লিকৰ সুন্দৰ সংগীত পৰিচালনাত আৰু অৰমন মাল্লিকৰ সুন্দৰ কন্ঠত বুধবাৰে ছবিখনৰ " কিঁউ ৰাব্বা" শীৰ্ষক এটি বিশেষ গীত মুক্তি পায় ।

"বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি
চলচ্চিত্ৰখনৰ শিল্পী তথা কলা-কুশলী সকলে বুধবাৰে এই বিশেষ গীতটি প্ৰকাশ কৰে টুইটাৰ যোগে।

Badla, has kicked off with it's first song Kyun Rabba releasing today
৮ মাৰ্চত মুক্তি পাবলগীয়া "বাদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি

নিউজ ডেক্স,২০ ফেব্ৰুৱাৰীঃনাৰী দিৱসৰ দিনা মুক্তি পাব বলিউডৰ  বিগ বি  আৰু তাপসী পান্নু অভিনীত ছবি বাদলাই । অমল মাল্লিকৰ সুন্দৰ সংগীত পৰিচালনাত আৰু অৰমন মাল্লিকৰ সুন্দৰ কন্ঠত  বুধবাৰে ছবিখনৰ " কিঁউ ৰাব্বা" শীৰ্ষক এটি বিশেষ গীত মুক্তি পায় । চলচ্চিত্ৰখনৰ শিল্পী তথা কলা-কুশলী সকলে বুধবাৰে এই  বিশেষ গীতটি  প্ৰকাশ কৰে টুইটাৰ যোগে। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.