নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰীঃ
65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ সম্পূৰ্ণ তালিকা-
- শ্ৰেষ্ঠ চলচ্চিত্ৰ- গলি বয় (Gully Boy)
- শ্ৰেষ্ঠ অভিনেতা - গলি বয়ৰ বাবে ৰনবীৰ সিং (Golly Boy)
- শ্ৰেষ্ঠ অভিনেত্ৰী- গলি বয়ৰ বাবে আলিয়া ভাট্ট (Golly Boy)
- শ্ৰেষ্ঠ পৰিচালক- গলি বয়ৰ বাবে জয়া আখতাৰ (Gully Boy)
- শ্ৰেষ্ঠ চলচ্চিত্ৰ (সমালোচক) - আৰ্টিকেল 15 (Article 15), চনচিড়িয়া (Sonchiriya)
- শ্ৰেষ্ঠ অভিনেতা (সমালোচক)- আৰ্টিকেল 15 ৰ বাবে আয়ুস্মান খুড়ানা (Article 15)
- শ্ৰেষ্ঠ অভিনেতা (সমালোচক)- চাণ্ড কি আখৰ বাবে ভূমি পেডনেকাৰ আৰু তাপসী পান্নু (Saand Ki Aankh)
- শ্ৰেষ্ঠ স্ক্ৰীনপ্লে- গলি বয়ৰ বাবে ৰিমা কাগটি আৰু জয়া আখতাৰ (Gully Boy)
- শ্ৰেষ্ঠ সত্য কাহিনী - আৰ্টিকেল 15 (Article 15)
- শ্ৰেষ্ঠ সংলাপ- বিজয় মাউৰিয়া (Gully Boy)
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- আমৰুতা সুভাষ (Gully Boy)
- শ্ৰেষ্ঠ সহযোগী অভিনেতা- সিদ্ধান্ত চতুৰ্বেদী (Gully Boy)
- শ্ৰেষ্ঠ লিৰিক্স- আপনা টাইম আয়েগাৰ বাবে ডিভাইন আৰু অংকুৰ তিৱাৰী, (Gully Boy)
- শ্ৰেষ্ঠ সংগীত এলবাম- অংকুৰ তিৱাৰী আৰু জয়া আখতাৰ (Gully Boy), মিথুন, অমল মালিক, বিশাল মিশ্ৰা, ছাচেট পাৰাম্পাৰা, অখিল চাজদেৱা (Kabir Singh)
- শ্ৰেষ্ঠ প্লে বেক গায়ক- অৰিজিৎ সিং-কলংক নহি গানৰ বাবে (Kalank)
- শ্ৰেষ্ঠ প্লে বেক গায়িকা- ছিল্পা ৰাও-ঘোংৰু গানৰ বাবে (War)
- শ্ৰেষ্ঠ অভিষেক পৰিচালক- আদিত্য ধৰ (Uri: The Surgical Strike)
- শ্ৰেষ্ঠ অভিষেক অভিনেতা - আভিমন্যু দাছছানি ( Mard Ko Dard Nahi Hota)
- শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী- অনন্যা পাণ্ডে (Student Of The Year 2, Pati Patni Aur Woh)
- এক্সেচেলেঞ্চ ইন চিনেমা - গোবিন্দা
- জীৱনযোৰা সাধনা বঁটা- ৰমেশ চিপ্পী
- আৰ ডি বৰ্মণ এৱাৰ্ড ফৰ আপকামিং মিউজিক টেলেণ্ট - স্বাছৱাট চজদেৱ -(Uri)
- লগতে চাওক- আইপিএল 2020ৰ কাৰ্যক্ৰমণিকা