ETV Bharat / sitara

টুইট যোগে 'দাবাং-3' ৰ মুক্তিৰ তাৰিখ ঘোষণা ছলমানৰ

author img

By

Published : Apr 27, 2019, 8:17 AM IST

শুকুৰবাৰে টুইট যোগে 'দাবাং-3' ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিলে ছলমান খানে ৷ টুইটাৰত ছবিখনৰ এখন ফটো দি চলিত মাহৰ 20 ডিচেম্বৰত চিত্ৰগৃহলৈ অহাৰ কথা প্ৰকাশ কৰে ছলমানে ৷

টুইট যোগে 'দাবাং-3' ৰ মুক্তিৰ তাৰিখ ঘোষণা ছালমানৰ

নিউজডেস্ক,27এপ্ৰিল: ছলমান প্ৰেমীৰ বাবে সুখবৰ ৷ কাৰণ অচিৰেই চিত্ৰগৃহলৈ আহি আছে ছলমান খান অভিনীত 'দাবাং' ছবিখনৰ চিকুৱেন্স ৷ শুকুৰবাৰে ছলমান খানে মুক্তিৰ তাৰিখ ঘোষণা কৰিলে 'দাবাং-3' ছবিখনৰ ৷ 'চুলবুল ইজ বেক' কেপশ্বনেৰে এক টুইটাৰযোগে ছলমানে 'দাবাং-3' ছবিখনৰ এখন ফটো দি চলিত বৰ্ষৰ 20 ডিচেম্বৰত মুকলি কৰাৰ কথা প্ৰকাশ কৰে ৷ আৰবাজ খানৰ প্ৰযোজনা আৰু প্ৰভু দেৱাৰ পৰিচালনাত নিৰ্মিত 'দাবাং-3' ছবিখন হৈছে 'দাবাং' ট্ৰাইলজীৰ তৃতীয় খন ছবি ৷ উল্লেখ্য যে 2010 চনত মুক্তিলাভ কৰা 'দাবাং' ছবিখনৰ দ্বাৰাই অভিনেত্ৰী সোনাক্ষী সিনহাই অভিনয় জগতত পদাৰ্পণ কৰিছিল ৷ ইপিনে মিডিয়া তথ্য অনুসৰি আন দুবাৰৰ দৰে এইবাৰো 'মাকখি' চৰিত্ৰটো ৰূপায়ণ কৰিব অভিনেতা আৰবাজ খানে ৷

অধিক চাওঁক- অসমীয়া নতুন ছবি "বৰনদী ভটিয়ায়" অহা 3 মে'ত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব

New Delhi, Apr 27 (ANI): Salman Khan brought respite to his fans as he revealed the release date of his upcoming flick 'Dabangg 3' on Friday. Khan took to Twitter and shared an image with the release date of December 20, 2019 mentioned on it. "Chulbul is back," he captioned the post. Earlier, the actor shared a still of his character Chulbul Pandey after he wrapped up shooting for the Maheshwar schedule of the film. 'Dabangg3', which is the third film in the 'Dabangg' trilogy, is being helmed by Prabhu Deva and produced under the banner of Salman Khan films and Arbaaz Khan Production. The upcoming film also stars Sonakshi Sinha reprising her role of Rajjo from the 2010 'Dabangg' which was her debut movie. According to media reports, Arbaaz Khan will once again be seen playing Makkhi in the film. Meanwhile, Salman's next film 'Bharat' is all set for a June 5 release on Eid. The film stars Katrina Kaif, Jackie Shroff, Disha Patani, Sunil Grover and Tabu in pivotal roles.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.