ETV Bharat / sitara

ধৰ্মেন্দ্ৰৰ প্ৰতিজ্ঞাৰ 45 টা বছৰ

author img

By

Published : Jun 28, 2020, 9:25 PM IST

ধৰ্মেন্দ্ৰৰ চুপাৰহিট ছবি প্ৰতিজ্ঞা মুক্তি লাভ কৰাৰ 45টা বছৰ সম্পূৰ্ণ ৷ এই বিশেষ ক্ষণত ছ'চিয়েল মিডিয়া যোগে ছবিখনৰ কেইটামান আকৰ্ষণীয় ভিডিঅ' শ্বেয়াৰ কৰে অনুৰাগীৰ বাবে ৷

pratigya clocks 45 years Dharmendra shares interesting videos from film
ধৰ্মেন্দ্ৰৰ প্ৰতিজ্ঞাৰ 45 টা বছৰ

চিটাৰা ডেস্ক,28জুনঃ বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ সম্প্ৰতি অভিনয় জগতৰ পৰা যথেষ্ট আঁতৰত আছে , কিন্তু সদায় সক্ৰিয় হৈ আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ৷ শেহতীয়াকৈ অভিনেতা গৰাকী তেওঁৰ চুপাৰহিট ছবি প্ৰতিজ্ঞাৰ কেইটামান ভিডিঅ' শ্বেয়াৰ কৰে ৷

দৰাচলতে, ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী অভিনীত ছবি প্ৰতিজ্ঞাই সম্পূৰ্ণ কৰিলে সুদীৰ্ঘ 45টা বছৰ ৷ এই বিশেষ ক্ষণত ধৰ্মেন্দ্ৰই নিজৰ লগতে হেমা মালিনীৰ আকৰ্ষণীয় ভিডিঅ' শ্বেয়াৰ কৰে ৷ ইতিমধ্যে দৰ্শকে যথেষ্ট পচন্দ কৰিছে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ'কেইটা ৷

1975 চনত মুক্তি পোৱা এই ছবিখনৰ নিৰ্দেশনা কৰিছিল দুলাল গুহাই আৰু ছবিখনত ধৰ্মেন্দ্ৰৰ চৰিত্ৰটোক মানুহে সেই সময়ত যথেষ্ট পচন্দ কৰিছিল ৷

লগতে পঢ়কঃপুলকিত সম্ৰাটে খোলোচা কৰিলে, কৃতি খৰবন্দাৰ সৈতে কেমেষ্ট্ৰীৰ ৰহস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.