ETV Bharat / sitara

অৰ্জুনৰ সৈতে কটোৱা এটা মুহূৰ্তও আমনিদায়ক নহয়ঃ মালাইকা

author img

By

Published : Dec 26, 2020, 8:15 PM IST

অৰ্জুনৰ সৈতে একেলগে কটোৱা সময়ৰ কথা ৰোমন্থন কৰি মালাইকা আৰোৰাই কয় যে, তেওঁ কাষত থাকিলে এক মুহূৰ্তৰ বাবেও আমনি নালাগে । কেতিয়াবা যদি কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় তেন্তে তেওঁ অৰ্জুনৰ সৈতে থাকিবলৈ বিচাৰিব বুলি মনৰ কথা প্ৰকাশ কৰে মালাইকাই ।

অৰ্জুনৰ সৈতে কটোৱা এটা মুহূৰ্তও আমনিদায়ক নহয়ঃ মালাইকা
অৰ্জুনৰ সৈতে কটোৱা এটা মুহূৰ্তও আমনিদায়ক নহয়ঃ মালাইকা

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: অভিনেত্ৰী মালাইকা আৰোৰাই প্ৰকাশ কৰিলে যে, কোৱাৰেণ্টাইন সংগীৰ বিষয়ে কিছু কথা । তেওঁ সংগী গৰাকীৰ নাম লোৱাৰ পৰা বিৰত থাকে যদিও তেওঁৰ কথাই সেই সংগীগৰাকী অৰ্জুন বুলি স্পষ্ট ইংগিত দিছে । তেওঁ কয় যে, অৰ্জুনে মানুহক যথেষ্ট মনোৰঞ্জন দিব পাৰে আৰু লকডাউনৰ আমনিদায়ক সময়খিনি আনন্দৰে পাৰ কৰিবলৈ অৰ্জুনৰ লগত যিকোনো মানুহেই থাকিব পাৰিব ।

অৰ্জুনে পূৰ্বে কৈছিল যে, তেওঁ এতিয়াও ৰাজহুৱা স্থানত মালাইকাৰ সৈতে একেলগে সময় কটাবলৈ বাকী আছে । কিন্তু মালাইকাৰ শেহতীয়া সাক্ষাৎকাৰে অৰ্জুনে মালাইকাক সংগ দিয়াৰ কথা প্ৰমাণিত হয় । ৪৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত কয় যে, তেওঁ কোৱাৰেণ্টাইন সংগীগৰাকীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰে । অৰ্জুন বহুত ধেমেলীয়া আৰু মানুহক আমোদ দিব পাৰে । এটা চেনেলৰ অনলাইন সাক্ষাৎকাৰত মালাইকাক প্ৰশ্ন সোধা হৈছিল যে, কোনগৰাকী অভিনেতাৰ সৈতে তেওঁ কোৱাৰেণ্টাইনৰ সময় কটাব বিচাৰে, যিয়ে তেওঁক মনোৰঞ্জন দিব পাৰে ।

সেই প্ৰশ্নৰ উত্তৰত মালাইকাই অৰ্জুনৰ নাম লোৱা নাই যদিও তেওঁ অৰ্জুনৰ বিষয়ে কৈছে বুলি অনুমান কৰিব পাৰি । তেওঁ কয় যে, তেওঁ এগৰাকী অভিনেতাৰ সৈতে কোৱাৰেণ্টাইনৰ সময়ত একেলগে আছিল । উল্লেখ্য যে, অৰ্জুন আৰু মালাইকাই এতিয়াও নিজৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ।

লগতে পঢ়ক:অপৰিকল্পিতভাৱে আমি এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছোঃবৰুণ সোবতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.