ETV Bharat / sitara

আইনী তদন্তৰ দিশে মহেশ ভাটৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ - আইনী তদন্তৰ দিশে মহেশ ভাটৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ

অভিনেত্ৰী লুৱীনা লোধে ছবি নিৰ্মাতা মহেশ ভাটৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাচতে স্পষ্টীকৰণ দিছে ছবি নিৰ্মাতাগৰাকীৰ অধিবক্তাই ৷ ভাটৰ পৰামৰ্শ অনুসৰি ইয়াৰ তদন্ত কৰাৰ কথা উল্লেখ কৰে অধিবক্তাই ৷

Mahesh Bhatt refutes harassment allegations by Luviena Lodh, will take legal action
আইনী তদন্তৰ দিশে মহেশ ভাটৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ
author img

By

Published : Oct 24, 2020, 11:08 AM IST

চিটাৰা ডেস্ক,24 অক্টোবৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচৰ পৰাই নেপ’টিজমৰ লগতে অন্য বহু বিতৰ্কত সাঙুৰ খাইছে ছবি নিৰ্মাতা মহেশ ভাটৰ নাম ৷ অভিনেত্ৰী লুৱীনা লোধে মহেশ ভাটৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাচতে এইবাৰ মহেশ ভাটৰ অধিবক্তাৰ স্পষ্টীকৰণ ৷

ছবি নিৰ্মাতা গৰাকীয়ে লুৱীনা আৰু তেওঁৰ পৰিয়ালক মানসিক অশান্তি দিয়াৰ অভিযোগ তুলি শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে 48 ছেকেণ্ডৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল লুৱীনাই ৷ এই ভিডিঅ’টিৰ প্ৰত্যুত্তৰত মহেশ ভাটৰ অধিবক্তা গৰাকীয়ে কয় যে,‘‘আমি অভিনেত্ৰী লুৱীনা লোধে ছবি নিৰ্মাতা মহেশ ভাটৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ খণ্ডন কৰিলো ৷ এনেকুৱা অভিযোগ কেৱল মিথ্যাচাৰ আৰু মানহানিয়েই নহয়, আইনৰো অতি গভীৰ পৰিণাম ৷ ভাটৰ পৰামৰ্শ অনুসৰি, আমি ইয়াৰ তদন্ত কৰিম’’ ৷

Vishesh Filmsৰ ইনষ্টাগ্ৰাম একাউণ্টযোগে শ্বেয়াৰ কৰা এই মন্তব্যত Vishesh Filmsৰ আইনী বিশ্লেষক Naik Naik & Co.ৰ স্বাক্ষৰ আছে ৷

লগতে পঢ়ক : নিজ গৃহ চহৰত শ্বুটিং কৰাৰ মাদকতা প্ৰকাশ আয়ুষ্মান খুৰাণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.