ETV Bharat / sitara

সমালোচকক অংগুষ্ঠ: সগৌৰৱে চিত্ৰগৃহত চলিছে কবীৰ সিং !

author img

By

Published : Jun 28, 2019, 10:24 AM IST

Updated : Jun 28, 2019, 11:14 AM IST

সমালোচকক অংগুষ্ঠ দেখুৱাই স-গৌৰৱেৰে চিত্ৰগৃহত চলিছে 'কবীৰ সিং'  ৷ মুক্তিৰ পঞ্চমটো দিনতে 100 কোটিৰ ক্লাৱত অন্তৰ্ভুক্ত হ'ল ছবিখন ৷

সমালোচকক অংগুষ্ঠ দেখুৱাই স-গৌৰৱৰে চিত্ৰগৃহত চলিছে কবীৰ সিং !

নিউজ ডেস্ক, 28 জুন : যোৱা 21 জুনত চিত্ৰগৃহলৈ আহিছিল শ্বাহীদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ছবি 'কবীৰ সিং' ৷ দক্ষিণৰ অন্যতম জনপ্ৰিয় ছবি 'অৰ্জুন ৰেড্ডী'ৰ হিন্দী সংস্কৰণৰ ৰূপত নিৰ্মাণ কৰা হৈছিল 'কবীৰ সিং' ৷ সন্দীপ ৰেড্ডী ভেংগাৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবিখন বিগত 21 জুন শুকুৰবাৰৰ দিনটোত মুক্তি লাভ কৰে ৷ মুক্তি লাভৰ পাচতে ছবিখনকলৈ দৰ্শকৰ মাজত বিপুল সমাদৰ দেখাৰ বিপৰীতে একাংশই ছবিখনক লৈ সমালোচনা কৰাও পৰিলক্ষিত হয় ৷

কিন্তু এই আটাইবোৰৰ মাজতে বিগত সপ্তাহটোত প্ৰায় প্ৰত্যেকটো দৰ্শনীত হাউচফুল থাকে 'কবীৰ সিং' ৷ মুক্তি লাভৰ ষষ্ঠ দিনৰ অন্তত এই পৰ্যন্ত প্ৰায় 120 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে ৷ চলিত বৰ্ষটোত এই পৰ্যন্ত মু্ক্তি লাভ কৰা আন ছবিসমূহ যেনে উৰি, তন্নু ৱেডচ মন্নু, স্ত্ৰী আদিৰ তুলনাত দ্ৰুততম গতিত 100 কোটি ক্লাৱত অন্তৰ্ভুক্ত হৈছে ৷

একাংশ ছবি সমালোচকৰ মতে, কবীৰ সিঙত উগ্ৰ পুৰুষত্ববাদ প্ৰকাশ পোৱাৰ বিপৰীতে একাংশৰ মতে ছবিখনৰ মুখ্য অভিনেতা শ্বাহীদ কাপুৰৰ অভিনয়েই আছিল শলাগ ল'বলগীয়া ৷

R Headline  : সমালোচকক অংগুষ্ঠ দেখুৱাই স-গৌৰৱৰে চিত্ৰগৃহত চলিছে কবীৰ সিং !

Summry : সমালোচকক অংগুষ্ঠ দেখুৱাই স-গৌৰৱৰে চিত্ৰগৃহত চলিছে 'কবীৰ সিং'  ৷ মুক্তিৰ পঞ্চমটো দিনতে 100 কোটিৰ ক্লাৱত অন্তৰ্ভুক্তি হ'ল ছবিখন ৷

নিউজ ডেস্ক, 28 জুন  : যোৱা 21 জুনত চিত্ৰগৃহলৈ আহিছিল শ্বাহীদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ছবি 'কবিৰ সিং' ৷ দক্ষিণৰ অন্যতম জনপ্ৰিয় ছবি 'অৰ্জুন ৰেড্ডী'ৰ হিন্দী সংস্কৰণৰ ৰূপত নিৰ্মাণ কৰা হৈছিল 'কবীৰ সিং' ৷ সন্দীপ ৰেড্ডী ভেংগাৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবিখন বিগত 21 জুন শুকুৰবাৰৰ দিনটোত মুক্তি লাভ কৰে ৷ মুক্তি লাভৰ পাচতে ছবিখনকলৈ দৰ্শকৰ মাজত বিপুল সমাদৰ দেখাৰ বিপৰীতে একাংশই ছবিখনক লৈ সমালোচনা কৰাও পৰিলক্ষিত হয় ৷

কিন্তু এই আটাইবোৰৰ মাজতে বিগত সপ্তাহটোত প্ৰায় প্ৰত্যেকটো দৰ্শনীত হাউচফুল থাকে 'কবীৰ সিং' ৷ মুক্তি লাভৰ ষষ্ঠ দিনৰ অন্তত এই পৰ্যন্ত প্ৰায় 120 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে ৷ চলিত বৰ্ষটোত এই পৰ্যন্ত মু্ক্তি লাভ কৰা আন ছবিসমূহ যেনে উৰি, তন্নু ৱেডচ মন্নু, স্ত্ৰী আদিৰ তুলনাত দ্ৰুততম গতিত 100 কোটি ক্লাৱত অন্তৰ্ভুক্ত হৈছে ৷

একাংশ ছবি সমালোচকৰ মতে, কবীৰ সিঙত উগ্ৰ পৰুষত্ববাদ প্ৰকাশ পোৱাৰ বিপৰীতে একাংশৰ মতে ছবিখনৰ মুখ্য অভিনেতা শ্বাহীদ কাপুৰৰ অভিনয়েই আছিল শলাগ ল'বলগীয়া ৷

Last Updated : Jun 28, 2019, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.