ETV Bharat / sitara

কিয় পলিটিক্স নকৰে ছলমান খানে? - ইন্দোৰ

"মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰটো সম্পূৰ্ণ মিছা " স্পষ্টকৈ ক'লে বলীউডৰ ডাবাংগ ছলমান খানে ৷

ৰাজনীতিত ভৰি নিদিয়ে ছলমান খানে
author img

By

Published : Mar 22, 2019, 12:34 PM IST

নিউজ ডেস্ক, ২২ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচন প্ৰাৰ্থিত্ব আগনবঢ়ায়বলীউডৰ ভাইজান ছলমান খানে । হোলীৰ দিনটোতে এই কথা সদৰী কৰেঅভিনেতাজনে ।

বৃহস্পতিবাৰে টুইটাৰযোগে অভিনেতাগৰাকীয়ে কয়,"মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰটো সম্পূৰ্ণ মিছা ৷ মই নিৰ্বাচনত অংশগ্ৰহণ নকৰোঁ বা কোনো দলৰ হৈ প্ৰচাৰ নচলাওঁ"

ETV bharat assam
ৰাজনীতিত ভৰি নিদিয়ে ছলমান খানে

উল্লেখ্য যেবিগত কিছু দিন ধৰি বলীউড ডাবাংগ ছলমান খানক মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ বাবে বাছনি কৰাৰ কথা বহুলভাৱে প্ৰচাৰ হৈছিল । কংগ্ৰেছ দলৰ মজিয়াতএই সন্দৰ্ভত আলোচনা কৰা হৈছিল বুলিও খবৰ ওলাইছিল । কিন্তু ছলমান খানৰ টুইটটোৰ পাচতে স্পষ্ট হৈ পৰিল সকলো ।

i'm not contesting celections, not campaigning for any political party 

ৰাজনীতিত ভৰি নিদিয়ে বলিউড ভাইজান ছলমান খানে 

body: নিউজ ডেস্ক, ২২ মাৰ্চঃ  হোলীৰ শুভমূহুৰ্তত একাংশ ছলমান অনুৰাগীৰ বাবে দুখবৰ । আগন্তুক লোকসভা নিৰ্বাচন প্ৰাৰ্থীত্ব আগনবঢ়াই বলিউড ভাইজান ছলমান খানে । হোলীৰ দিনটোতে এই কথা সদৰী কৰিলে অভিনেতাজনে । 

বৃহস্পতিবাৰে টুইটাৰযোগে অভিনেতা গৰাকীয়ে কয়,"নিৰ্বাচনত প্ৰাৰ্থীত্ব আগনবঢ়াও আৰু কোনো পাৰ্টীৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ নকৰো । মই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা খবৰটো সম্পূৰ্ণ মিছা । "

উল্লেখ্য যে, বিগত কিছু দিন ধৰি বলিউড ডাবাংগ ছলমান খানক মধ্য প্ৰদেশৰ উদ্যোগিক ৰাজধানী ইন্দোৰৰ পৰা কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ বাবে বাচনি কৰা কথা বহুলভাৱে প্ৰচাৰ হৈছিল । কংগ্ৰেছ দলৰ পৰা বিষয় সন্দৰ্ভত কথা আলোচনা কৰা হৈছিল বুলিও ভাইৰেল হৈ পৰিছিল ছো'চিয়েল মিডিয়াত । কিন্তু ছলমান খানৰ টুইটটোৰ পাচতে স্পষ্ট হৈ পৰিল সকলো । ছলমানৰ জড়িয়তে ইন্দোৰ লোকসভা সমষ্টিত ৩০ বছৰ পাচত কংগ্ৰেছে দখল কৰিব বুলি লোৱা আশাত চেচা পানী ঢালিলে ছলমানে ।  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.