ETV Bharat / sitara

Death anniversary of Sridevi: মাতৃ শ্ৰীদেৱীক স্মৰণ কৰি শোকত ভাগি পৰিল জাহ্নৱী - Janhvi wrote for Sridevi

আজি চতুৰ্থতম মৃত্যু বাৰ্ষিকী বলীউডৰ অভিনেত্ৰী শ্ৰীদেৱীৰ ৷ চাৰিবছৰীয়া মৃত্যু তিথিত মাতৃ শ্ৰীদেৱীলৈ বুলি একলম (Janhvi wrote for Sridevi) ডাঙৰ জীয়াৰী জাহ্নৱীৰ...

death-anniversary
মাতৃ শ্ৰী দেৱীক স্মৰণ কৰি শোকত ভাগি পৰিল জাহ্নৱী
author img

By

Published : Feb 24, 2022, 8:27 PM IST

চিটাৰা ডেস্ক, 24 ফ্ৰেব্ৰুৱাৰী: 2018 বৰ্ষত আকস্মিকভাৱে সকলোকে কন্দুৱাই আঁতৰি গৈছিল বলীউড ডিভা শ্ৰীদেৱী ৷ পৰিয়ালৰ এখন বিয়া উপভোগ কৰিবলৈ যোৱা শ্ৰীদেৱীৰ ডুবাইত হোটেলৰ বাথৰুমত উদ্ধাৰ হৈছিল মৃতদেহ (Sridevi death cause) ৷

আইৰ সমান হ’ব কোন ! চিৰদিনৰ বাবে বুকু উদং হৈ থাকিব জাহ্নৱী আৰু খুশীৰ ৷ তেওঁলোকৰ জীৱনত আন কোনেও পূৰাব নোৱাৰে তেওঁৰ স্থান ৷ চলচ্চিত্ৰপ্ৰমী দৰ্শকৰ হৃদয়তো সদায় সুকীয়াকৈ থাকিব শ্ৰীদেৱীৰ স্থান ৷

death-anniversary
আজি চতুৰ্থতম মৃত্যু বাৰ্ষিকী বলীউডৰ অভিনেত্ৰী শ্ৰী দেৱীৰ

আজি মাতৃ শ্ৰীদেৱীক শ্ৰদ্ধাৰে সুঁৱৰি উচুপি উঠিল জাহ্নৱী কাপুৰ (Janhvi remembers Sridevi) ৷ নিজৰ ইন্ষ্টাগ্ৰামত লিখিলে, "আই হেট ডেট আনাডাৰ ইয়েৰ হেছ বিন এডেড টু এ লাইফ ৱিথআউট ইউ..."

পোষ্টটোত বাল্যকালত মাতৃৰ কোলাত বহি থকা এখন ফটো পোষ্ট কৰিছে জাহ্নৱী কাপুৰে ৷ দ্বিতীয়া কন্যা খুশীয়েও ইন্ষ্টাগ্ৰাম ষ্টোৰীত শ্বেয়াৰ কৰিলে মাতৃ শ্ৰীদেৱীৰ সৈতে এখন পুৰণা ফটো ৷ মৃত্যুৰ সময়ত শ্ৰীদেৱীৰ বয়স আছিল 54 বছৰ ৷

লগতে পঢ়ক: শ্ৰী দেৱীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত আপোনালৈ অভিনেত্ৰী গৰাকীৰ বিশেষ পাঁচটা কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.