ETV Bharat / sitara

Happy Birthday সুনিধি চৌহান

আজি বলীউডৰ মঞ্চ কঁপাই থকা গায়িকা সুনিধি চৌহানৰ জন্মদিন ৷ প্ৰায় 4 বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল সুনিধিয়ে ৷ শিল্পীগৰাকীলৈ থাকিল জন্মদিনৰ বহু শুভকামনা ৷

author img

By

Published : Aug 14, 2021, 7:08 AM IST

Happy Birthday সুনিধি চৌহান
Happy Birthday সুনিধি চৌহান

নিউজ ডেস্ক, 14 আগষ্ট : সুৰৰ যাদুৰে শ্ৰোতাক মোহাছন্ন কৰি ৰাখিব পৰা সুনিধি চৌহানৰ আজি জন্মদিন ৷ দেশৰ প্লে-বেক ছিংগাৰ হিচাপে খ্যাতি অৰ্জন সুনিধি চৌহানে জন্মগ্ৰহণ কৰিছিল ৰাজধানী চহৰ দিল্লীত ৷ প্ৰায় 4 বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল সুনিধিয়ে ৷

Happy Birthday সুনিধি চৌহান
Happy Birthday সুনিধি চৌহান

আনুষ্ঠানিকভাৱে 12 বছৰ বয়সৰ পৰা সংগীত ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে গায়িকাগৰাকী ৷ 1983 চনত জন্ম লাভ কৰা সুনিধিয়ে ইতিমধ্যে আৰ ডি বৰ্মন বঁটা, ফিল্মফেয়াৰকে ধৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বলীউডত দপদপাই থকা গায়িকগৰাকীয়ে হিন্দীৰ উপৰিও অসমীয়া, ওড়িশা, তামিল, তেলেগু, বাংলা, নেপালী, উৰ্দুকে ধৰি ভালেমান অন্য ভাষাত গীত গাই শ্ৰোতা-দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷

Happy Birthday সুনিধি চৌহান
ৰেকৰ্ডিং ষ্টুডিঅ’ত সহশিল্পী চানৰ সৈতে সুনিধি

সুনিধিয়ে দেশৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা সংগীত শিল্পীৰূপে স্বীকৃতি লাভ কৰিছে ৷ ধুম, ফানা, ৰব নে বনা দি জোৰী, চামেলী, খাকী আদি শিল্পীগৰাকীৰ কেইটামান আকৰ্ষণীয় এলবাম ৷ শিল্পীগৰাকীলৈ থাকিল জন্মদিনৰ বহু শুভকামনা ৷

Happy Birthday সুনিধি চৌহান
আকৰ্ষণীয় ভংগীমাত সুনিধি

লগতে চাওক : Arranged আৰু Lovebirdsৰ পাচত এইবাৰ দৰ্শকৰ মাজলৈ The Radio Guy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.