ETV Bharat / sitara

বিশ্বকাপ জয়ৰ লক্ষ্যৰে লণ্ডনত টীম 83

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা 1983 চনত প্ৰথমবাৰৰ বাবে ভাৰতলৈ বিশ্বকাপৰ খিতাপ কঢ়িয়াই অনা কপিল দেৱৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ এই ছবিখনত কপিল দেৱৰ চৰিত্ৰত দেখা পোৱা যাব অভিনেতা ৰণবীৰ সিঙক ৷

author img

By

Published : May 28, 2019, 6:13 PM IST

বিশ্বকাপ জয়ৰ বাবে লণ্ডনলৈ ৰাওনা টিম "83"

নিউজ ডেস্ক,28 মে' : "83" ৰ বাবে সাজু অভিনেতা ৰণবীৰ সিংসহ অন্যান্য কলা-কুশলী ৷ বলীউডৰ আহিবলগীয়া নতুন ছবি "83" ৰ শ্বুটিঙৰ বাবে ইতিমধ্যে লণ্ডনলৈ উৰা মাৰিলে অভিনেতা-অভিনেত্ৰীকে ধৰি ছবিখনৰ লগত জড়িত কলা-কুশলীসকল ৷

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা 1983 চনত প্ৰথমবাৰৰ বাবে ভাৰতলৈ বিশ্বকাপৰ খিতাপ কঢ়িয়াই অনা কপিল দেৱৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ এই ছবিখনত কপিল দেৱৰ চৰিত্ৰত দেখা পোৱা যাব অভিনেতা ৰণবীৰ সিঙক ৷ জানিব পৰা মতে,2020 চনৰ 10 এপ্ৰিলত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত ছবি "83" ৷

Mumbai, May 28 (ANI): The cast of '83' left for London for shoot. '83' is based on the life journey of legendary cricketer and former Indian captain Kapil Dev who lifted the first ever World Cup for India in 1983. Bollywood actor Ranveer Singh will portray the role of Kapil Dev in film. Helmed by Kabir Khan, '83' is scheduled to hit theaters on April 10, 2020.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.