চিটাৰা ডেস্ক,21 নৱেম্বৰ : ষট পূজা উপলক্ষে শুকুৰবাৰে বলিউড অভিনেতা হৃত্বিক ৰোশন, অনুপম খেৰ আৰু পংকজ ত্ৰিপাঠীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ৷
‘Ludo’ৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে টুইটাৰযোগে ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে সকলোকে ষট পূজাৰ শুভেচ্ছা জনায় ৷ ইয়াৰোপৰি ত্ৰিপাঠীয়ে ষট পূজা উদযাপনৰ কিছু স্মৰণীয় মূহুৰ্তৰ কথা শ্বেয়াৰ কৰে ৷ ষট পূজাৰ দিনাই তেওঁ স্কুলত অনুষ্ঠিত হোৱা এখন নাটকত অভিনয় কৰিছিল ৷
-
सूर्य उपासना के महापर्व छठ पूजा की आप सभी को हार्दिक शुभकामनाएं।
— पंकज त्रिपाठी (@TripathiiPankaj) November 20, 2020 " class="align-text-top noRightClick twitterSection" data="
जय छठी मईया 🙏🏾।
( छठ पूजा के पारण के बाद के दिन मेरे गाँव बेलसंड में नाटक का मंचन होता था । अभिनय की हमारी पहली पाठशाला।)
">सूर्य उपासना के महापर्व छठ पूजा की आप सभी को हार्दिक शुभकामनाएं।
— पंकज त्रिपाठी (@TripathiiPankaj) November 20, 2020
जय छठी मईया 🙏🏾।
( छठ पूजा के पारण के बाद के दिन मेरे गाँव बेलसंड में नाटक का मंचन होता था । अभिनय की हमारी पहली पाठशाला।)सूर्य उपासना के महापर्व छठ पूजा की आप सभी को हार्दिक शुभकामनाएं।
— पंकज त्रिपाठी (@TripathiiPankaj) November 20, 2020
जय छठी मईया 🙏🏾।
( छठ पूजा के पारण के बाद के दिन मेरे गाँव बेलसंड में नाटक का मंचन होता था । अभिनय की हमारी पहली पाठशाला।)
এক্সন হিৰো হৃত্বিক ৰোশনেও টুইটাৰযোগে সকলোৰে মংগল কামনা কৰি ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ সকলোৰে মাজত ইতিবাচক মনোভাৱ বৰ্তাই ৰখাৰ আশা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ৷
-
Happy Chhath Puja to all the devotees across India. Here’s hoping that the positivity of this festival brings better days for us. Be safe, be well!
— Hrithik Roshan (@iHrithik) November 20, 2020 " class="align-text-top noRightClick twitterSection" data="
">Happy Chhath Puja to all the devotees across India. Here’s hoping that the positivity of this festival brings better days for us. Be safe, be well!
— Hrithik Roshan (@iHrithik) November 20, 2020Happy Chhath Puja to all the devotees across India. Here’s hoping that the positivity of this festival brings better days for us. Be safe, be well!
— Hrithik Roshan (@iHrithik) November 20, 2020
আনহাতে, প্ৰখ্য়াত অভিনেতা অনুপম খেৰেও টুইটাৰযোগে ষট পূজাৰ শুভেচ্ছা জনাই এই পূজাই সকলোৰে মাজত আনন্দ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, হিন্দু কেলেণ্ডাৰ মতে কাৰ্তিক মাহৰ ষষ্ঠ দিনা আৰু দিপাৱলীৰ পাচত চতুৰ্থ দিনা ষট পূজা উদযাপন কৰা হয় ৷
লগতে পঢ়ক : 'উই কেন বি হিৰ'জ'ৰ দৃশ্যগ্ৰহণৰ সময়খিনি আটাইতকৈ ভাল লগা আছিল: প্ৰিয়ংকা