চিটাৰা ডেস্ক,6 এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ নিশা 9 বজাৰ বিশেষ 9 মিনিটলৈ সঁহাৰি জনালে বহুজনে ৷ ব্যতিক্ৰম নহ'ল বলীউড তাৰকাসকলো ৷ দেওবাৰে নিশা কৰ'ণা মহামাৰীৰ বিৰুদ্ধে একত্ৰিত হ'ল সকলো ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে চানী লিয়নী , কেটৰিণা কাঈফ, ৰবীণা টেণ্ডন, উৰ্বশী ৰৌতেলা, বিপাশা বাসু, কৰিশ্মা কাপুৰ, য়ামী গৌতমৰ দৰে বহু অভিনেত্ৰীয়ে ৷ সকলোৱে নিজৰ ঘৰৰ লাইট নুমুৱাই চাকি ,মমৰ পোহৰৰ মাজত কটালে 9 মিনিট সময় ৷
- " class="align-text-top noRightClick twitterSection" data="
">

এওঁলোকৰ উপৰিও দিশা পাটানী, দিব্যা খৌচলা কুমাৰ, মানুষী চিল্লাৰ, কাজল আগৰৱাল, কৃতি খৰবণ্ডা, ধ্বনি ভানুশালী সহিতে বহু বলীউড তাৰকাই দেওবাৰে নিশা কৰ'ণাৰ বিৰুদ্ধে জ্বলালে আশাৰ প্ৰদীপ ৷
লগতে চাওকঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ