চিতাৰা ডেস্ক, 20 ফেব্ৰুৱাৰীঃ 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় 2020 চনৰ "Mirchi Music Awards" ৷ এৱাৰ্ড শ্ব'টোৰ দ্বাদশ সংস্কৰণত অংশগ্ৰহণ কৰে বি টাউনৰ কেবাগৰাকী চেলিব্ৰেটীয়ে ৷ এই অনুষ্ঠানত সম্পূৰ্ণ ক'লা সাজত দেখা পোৱা গ'ল মোহময়ী অভিনেত্ৰী দিপিকা পাডুকনক ৷

আনহাতে "Shimmery black" নেকলাইন সাজত অতি গ্লেমাৰাছ দেখা গৈছিল অভিনেত্ৰী ৰবিনা টেণ্ডনক ৷

ফুলেৰে সজ্জিত এযোৰ পোচাকেৰে Shutterbugৰ আগত প'জ দিয়ে অভিনেত্ৰী কৰিশ্মা তন্নাই ৷

বুধবাৰে অনুষ্ঠিত "Mirchi Music Awards"ত গায়িকা শ্ৰেয়া ঘোষালৰ স'তে কেবাগৰাকীও তাৰকা উপস্থিত আছিল ৷
লগতে পঢ়কঃ অষ্ট্ৰেলিয়াত ‘‘আইচিচি মহিলা টি-20 ক্ৰিকেট বিশ্বকাপ 2020’’