ETV Bharat / sitara

ঘোষণা হ’ল আয়ুষ্মান খোৰানাৰ নতুন ছবি ‘Artical 15’ ৰ মুক্তিৰ দিন

28 জুনত ছবিগৃহলৈ আহিব আয়ুষ্মান খোৰানাৰ নতুন ছবি ‘Artical 15’

author img

By

Published : May 1, 2019, 7:17 AM IST

‘Artical 15’

নিউজ ডেস্ক, 1 মে’: শেহতীয়াকৈ ‘ বধাই হ’ ’ আৰু ‘ অন্ধাধুন ’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ পিচত পুনৰ ৰূপালী পৰ্দালৈ আহি আছে আয়ুষ্মান খোৰনাৰ নতুন ছবি ৷ অহা 28 জুনত মুক্তি পাব অনুসন্ধানমূলক ছবি ‘Artical 15’ ৷ এই ছবিখন পৰিচালনা কৰিছে অনুভৱ সিন্হাই ৷ ইয়াৰ পূৰ্বে ‘মুল্ক’ ছবিখন নিৰ্মাণ কৰিছিল অনুভৱ সিন্হাই ৷

আয়ুষ্মান খোৰানাৰ লগতে ছবি খনৰ আন আন চৰিত্ৰত কাম কৰিছে ঈশা তালৱাৰ, এম নাছৰ, মনোজ পাহৱা, ছায়ানী গুপ্তা, কুমুদ মিশ্ৰা, মহম্মদ জীছান অয়্য়ুৱে ৷ টুইটাৰ যোগে ছবিখনৰ মুক্তিৰ দিন প্ৰকাশ কৰে অভিনেতা গৰাকীয়েও ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.