ETV Bharat / lifestyle

হোৱাটছ এপত নিষিদ্ধ হ'ব ষ্ক্ৰীণশ্বটৰ ব্যৱস্থা - ষ্ক্ৰীণশ্বট

ফেচবুকৰ অন্তৰ্গত হোৱাটছ এপত থাকিব 'অথেনটিকেশ্বন' নামৰ এক বিশেষ সুবিধা ৷ বৰ্তমান কাম চলি থকাৰ বাবে এই বিশেষ সুবিধা উপভোক্তাৰ বাবে মুকলি কৰি দিয়া হোৱা নাই যদিও শীঘ্ৰেই উপলব্ধ হ'ব ফিংগাৰপ্ৰিণ্ট তথা ষ্ক্ৰীণশ্বট  ব্লক কৰিব পৰা  সুবিধা ৷

হোৱাটছ এপত নিষিদ্ধ হ'ব ষ্ক্ৰীণশ্বটৰ ব্যৱস্থা
author img

By

Published : Apr 25, 2019, 8:15 PM IST

নিউজ ডেস্ক,25 এপ্ৰিল : এতিয়াৰে পৰা উপভোক্তাই ল'ব নোৱাৰিব হোৱাটছ এপত ব্যক্তিগত কথা-বতৰাৰ ষ্ক্ৰীণশ্বট ৷ যাৰ বাবে ফেচবুকৰ অন্তৰ্গত হোৱাটছ এপত থাকিব 'অথেনটিকেশ্বন' নামৰ এক বিশেষ সুবিধা৷

etv bharat assam
হোৱাটছ এপত নিষিদ্ধ হ'ব ষ্ক্ৰীণশ্বটৰ ব্যৱস্থা

কেৱল এয়াই নহয়,হোৱাটছ এপটো খোলাৰ লগে লগেই এতিয়া প্ৰয়োজন হ'ব আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ৷ হয়, আপুনি ফিংগাৰপ্ৰিণ্টৰ জৰিয়তেহে ব্যৱহাৰ কৰিব হোৱাটছ এপ ৷ বৰ্তমান কাম চলি থকাৰ বাবে এই বিশেষ সুবিধা উপভোক্তাৰ বাবে মুকলি কৰি দিয়া হোৱা নাই যদিও শীঘ্ৰেই উপলব্ধ হ'ব ফিংগাৰপ্ৰিণ্ট তথা ষ্ক্ৰীণশ্বট ব্লক কৰিব পৰা সুবিধা ৷

Intro:Body:

whatsapp

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.