ETV Bharat / jagte-raho

কি দিন কি ৰাতি ইটোৰ পিচত সিটো চুৰি! - শিলচৰত দিন দুপৰতে চুৰি কাণ্ড

দিনৰ প্ৰায় এক বজাত দুই বাইক আৰোহীয়ে ৰাজদেৱ সিং নামৰ এজন লোকৰ পৰা থপিয়াই নিয়ে সাত লাখ টকা আৰু ইয়াৰ কিছু সময়ৰ পিচতেই মুকেশ দাস নামৰ এজন লোকৰ পৰাও চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ দিন দুপৰতে হোৱা এই চুৰিকাণ্ডই বৰ্তমান চিন্তিত কৰি তুলিছে অঞ্চলটোৰ সাধাৰণ জনতাক

শিলচৰত দিন দুপৰতে চুৰি কাণ্ড
author img

By

Published : May 29, 2019, 9:08 PM IST

শিলচৰ, 29 মে': শিলচৰ চহৰৰ তাৰাপুৰ এলেকাত বুধবাৰে দিন দুপৰতে হোৱা চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ সাধাৰণ জনতাক ৷ একেটা অঞ্চলৰ পৰাই দুই বাইক আৰোহীয়ে প্ৰথমে সাতলাখ টকা বলপূৰ্বক ভাৱে কাঢ়ি নিয়াৰ পিচতে পুনৰ চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ ইয়াৰে এটা দুষ্কৃতিকাৰীক উত্তম মধ্যম দি স্থানীয় ৰাইজে দুই লাখ টকা উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে এখন বাইক ৷ পিচত ধৃত চোৰটোক গতাই দিয়া হয় তাৰাপুৰ টাউন আৰক্ষীক ৷ প্ৰাথমিক তদন্তত ধৃত চোৰটোৰ ঘৰ ঝাড়খণ্ডৰ ৰাঁচীত বুলি জানিব পৰা গৈছে ৷

শিলচৰত দিন দুপৰতে চুৰি কাণ্ড

আৰক্ষীয়ে জনোৱা মতে, দিনৰ প্ৰায় এক বজাত দুই বাইক আৰোহীয়ে শিলচৰৰ তাৰাপুৰ ষ্টেট বেংকৰ সমীপৰ পৰা ৰাজদেব সিং নামৰ এজন লোকৰ পৰা থপিয়াই নিয়ে সাত লাখ টকা আৰু ইয়াৰ কিছু সময়ৰ পিচতেই শিলচৰৰ আৱৰ্ত ভৱনৰ সন্মুখৰ পৰাই মুকেশ দাস নামৰ এজন লোকৰ পৰাও চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ পিচত স্থানীয় জনতাই দুই লাখ টকা সহ এটা চোৰক আটক কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও পলাতক আনটো চোৰ ৷
লগতে পঢ়কঃ পঞ্চমবাৰলৈ ওড়িশাৰ মুখ্যমন্ত্ৰী আসনত নবীন পাটনায়ক

News Silchar 
শিলচৰত দিন দুপুৰীয়া ১১ লক্ষ টকা ছিনতাই, ধৃত ১ ,উদ্ধাৰ ২ লক্ষ টকা Breaking News#  শিলচৰ চহৰৰ তাৰাপুৰ এলেকাত বুধবাৰৰ দিন দুপুৰীয়াতে প্রথমতে সাত লক্ষ টকা আৰু পিছত চাৰি লক্ষ টকা ছিনতাইৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অবশ্য স্থানীয় লোকৰ তৎপৰতাত চাৰি লক্ষ টকাৰ ভিতৰত দুই লক্ষ টকা উদ্ধাৰ সহ এগৰাকী দুষ্কৃতীক উত্তম মাধ্যম দি এখন বাইক সহ আটক কৰিবলৈ সক্ষম হয়। পিছতে আটক কৰা দুষ্কৃতিক তাৰাপুৰ টাউন আৰক্ষী ফাঁড়ীত সমজাই দিয়ে স্থানীয় জনতাই। ধৃত দুষ্কৃতীৰ নাম ৰাজ ৰয় । ঘৰ ঝাড়খন্ডৰ ৰাচীত বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, দিনৰ একমান বজাত শিলচৰৰ তাৰাপুৰ ষ্টেট বেংকৰ পৰা ঠিকাদাৰ প্রতিষ্ঠানৰ ৰাজদেব সিঙে সাত লক্ষ টকা উঠাই ৰাস্তাত অহাৰ পিছতেই দুগৰাকী বাইকত অহা যুৱকে টকাৰ বেগ থাপ মাৰি লৈ যায়। ইপিনে, শিলচৰৰ মুকেশ দাস নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ মুকেশ দাসে এক্সিছ বেংকৰ পৰা চাৰি লক্ষ টকা লৈ অহাৰ পিছত শিলচৰৰ আর্বত ভৱনৰ সম্মুখৰ পৰা বাইকত অহা দুগৰাকী যুৱকে থাপ মাৰি টকা লৈ যায়। পিছত জনতা আৰু ব্যক্তি গৰাকীয়ে সিহঁতক খেদি আহি দুই লক্ষ টকা সহ এজনক আটক কৰিবলৈ সক্ষম হয়।
Footage ftp 
Slug Silchar Sneching 1
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.