ETV Bharat / jagte-raho

বিদ্যালয়ৰ বন্ধ কোঠাত শিক্ষকৰ কামনাৰ বলি সহকাৰী ৰান্ধনী - শিক্ষকৰ কামনাৰ বলি হ'ল ৰান্ধনী

কৰিমগঞ্জত চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভনেৰে এজন শিক্ষকে অসৎ কাৰ্য চৰিতাৰ্থ কৰিলে বিদ্যালয়খনৰ গৰাকী ৰান্ধনী লগত ৷ বিদ্যালয়ৰ ভিতৰতে এনে জঘন্য কাণ্ড সংঘটিত কৰাত শিক্ষক জনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক

কৰিমগঞ্জত শিক্ষকৰ কামনাৰ বলি সহকাৰি ৰান্ধনী
author img

By

Published : Jun 12, 2019, 7:44 PM IST

কৰিমগঞ্জ, 12 জুনঃ কৰিমগঞ্জত নূৰ আহমদ নামৰ শিক্ষকৰ কামনাৰ বলি হ'ল ফকিৰটিলা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰি ৰান্ধনী । অভিযোগ অনুসৰি নূৰ আহমদে ৰান্ধনীগৰাকীক বিদ্যালয়ৰ এটা কোঠাতে প্ৰথমে ধৰ্ষণ কৰাৰ বিপৰীতে চাকৰি নিয়মিত কৰণৰ প্ৰলোভনেৰে সহবাস কৰি আহিছিল৷ বিদ্যালয়ৰ শিক্ষকৰ এনে কামত অন্তসত্বা হৈ পৰে যুৱতী গৰাকী ।

কৰিমগঞ্জত শিক্ষকৰ কামনাৰ বলি সহকাৰি ৰান্ধনী

তাৰোপৰি নূৰ আহমদক বৰ্তমান বিয়াৰ হেঁচা দিলেও বিয়া কৰাবলৈ অস্বীকাৰ কৰে অভিযুক্তই ৷ অৱশেষত উপায়হীন হৈ কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে । বিদ্যালয়ৰ ভিতৰতে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ বাবে শিক্ষকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

আৰু পঢ়কঃ 'বায়ু'ৰ কৱলত গুজৰাট : বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা

Intro:Body:SLUG: RADHUNI RAPE, KARIMGANJ
কৰিমগঞ্জত বিদ্যালয় অপবিত্ৰ কৰিলে এগৰাকি লম্পট শিক্ষকে । নূৰ আহমদ নামৰ লম্পট শিক্ষকৰ কামনাৰ বলি হল ফকিৰটিলা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰি ৰাধুনী । প্ৰথমতে ধৰ্ষন । ইয়াৰ পিছত চাকুৰি নিয়মিত কৰনৰ প্ৰলোভন দি সহবাস । এয়াও আকৌ বিদ্যালয়ৰ এটা কোঠাত । বিদ্যালয় শিক্ষকৰ এনে কামত অন্তসত্বা হৈ পৰে যুৱতী গৰাকী । শিক্ষকক বিয়াৰ বাবে বৰ্তমানে হেঁচা দিলেও বিয়াত অস্বীকাৰ কৰে লম্পট শিক্ষকে । ইয়াৰ বাবে বাধ্য হৈ কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰে যুৱতী গৰাকিৰ পৰিয়ালৰ লোকে । শিক্ষকৰ এনে কাণ্ডত স্তম্ভিত এলাকাৰ লোক । লগতে বিদ্যালয়ৰ ভিতৰত জঘন্য কামৰ বাবে শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
জানিবপৰা মতে যুৱতী গৰাকীৰ মাতৃ বিদ্যালয়ৰ মূল ৰাধুনী । তেঁও অসুস্থ হৈ পৰাত নিজৰ কন্যাক বিদ্যালয়ত ৰান্ধিবলৈ পঠাইছিল । ইয়াৰে সুযোগলৈ শিক্ষকে বেয়া কাম কৰে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.