ETV Bharat / jagte-raho

অতিবুদ্ধিয়েই কাল হ'ল নগাঁৱৰ চোলেমান আলীৰ - হোজাই জিলা

ডিমাপুৰত বলেৰ' পিকআপ গাড়ী বিক্ৰী কৰি লামডিং অসংৰক্ষিত বনাঞ্চলত গাড়ী চোৰ হোৱাৰ নাটক কৰি আৰক্ষীৰ জালত চাৰি অভিযুক্ত ৷

অতিবুদ্ধিয়েই কাল হ'ল হোজাইৰ চোলেমান আলিৰ
author img

By

Published : Jul 20, 2019, 1:37 PM IST

হোজাই, 20 জুলাইঃ হোজাই জিলাৰ লংকাৰ আৰক্ষী জালত চাৰি গাড়ী চোৰ | ডিমাপুৰত বলেৰে' পিকআপ গাড়ী বিক্ৰী কৰি গাড়ী চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক গাড়ীখনৰ স্বত্বাধিকাৰী চোলেমান আলী(নগাঁও),ৰিজু খান(জুৰিয়া),জিয়াবুৰ ৰহমান(ধিং) আৰু কুটুবুদ্দিন(ধিং) | জানিব পৰা মতে, শুকুৰবাৰে নিশা হোজাইৰ লামডিং অসংৰক্ষিত বনাঞ্চলৰ মাজত অচিনাক্ত দুৰ্বৃত্তই বলেৰে' পিক আপ ভান AS 02 BC 1960 নম্বৰৰ গাড়ীখন লামডিং অভিমুখে গৈ থকা অৱস্থাত চুৰি কৰি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল গাড়ীৰ স্বত্বাধিকাৰ চুলেমান আলীয়ে |

অতিবুদ্ধিয়েই কাল হ'ল হোজাইৰ চোলেমান আলিৰ

পিছত উক্ত ঘটনা সন্দৰ্ভত জিলা উপ আৰক্ষী অধীক্ষক , উদালী আৰু লংকা আৰক্ষীয়ে তদন্ত চলাই গাড়ীৰ হেন্দিমেন আৰু চালকক জেৰা কৰাত পোহৰলৈ আহে অন্য এক ঘটনা | উল্লেখ্য যে গাড়ীৰ স্বতাধিকাৰী চুলেমান আলীয়ে ফাইনেন্স কোম্পানীক গাড়ীৰ চাৰিটাকৈ কিস্তি পৰিশোধ কৰিৱ নোৱাৰাত ফাইনেন্স কোম্পানীৰ পৰা ধন আত্মসাতৰ লালসাত উক্ত গাড়ীখন ১৬ জুলাই তাৰিখে ডিমাপুৰত বিক্ৰী কৰি গাড়ী অপহৰণ হৈছে বুলি নাটক কৰিছিল | পিছত লংকা আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ ঘটনা পোহৰলৈ অহাত গাড়ীৰ স্বতাধিকাৰীসহ উক্ত চাৰি ধৃত চুৰি চক্ৰৰ সদস্যক আটক কৰি হোজাই জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে | বৰ্তমান লামডিং আৰক্ষীৰ জিম্মাত আছে গাড়ী চুৰি চক্ৰৰ সদস্য ৷

লগতে পঢ়কঃ জাগীৰোডত বজ্ৰপাতঃ 1 জনৰ মৃত্যু, 5 জন আহত

Intro:হোজাই জিলা লংকাৰ আৰক্ষী জালত চাৰি গাড়ী চুৰ চক্ৰৰ সদস্য আটক | Body:হোজাই জিলা লংকাৰ আৰক্ষী জালত চাৰি গাড়ী চুৰ চক্ৰৰ সদস্য আটক | ডিমাপুৰত বলেৰে পিকআপ গাডী বিক্ৰী কৰি লামডিং অসংৰক্ষীত বনাঞ্চলত গাডী চোৰ হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক ধৃত চাৰি চোৰ | আটকাধীন চোৰ ক্ৰমে গাড়ীখনৰ স্বতাধীকাৰ চোলেমান আলি(নগাঁও),ৰিজু খান(জুৰিয়া),জিয়াবুৰ ৰহমান(ধিং) আৰু কুটুবুদ্দিন(ধিং) | উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শুক্ৰবাৰে নিশা হোজাই জিলাৰ লামডিং অসংৰক্ষীত বনাঞ্চলৰ মাজত অচিনাক্ত দুৰ্বৃত্তই বলেৰো পিক আপ ভান AS 02 BC 1960 নম্বৰৰ গাডীখন লামডিং অভিমূখে গৈ থকা অৱস্হাত অচিনাক্ত কোনো দুৰ্বৃত্তই অষ্ট দেখুৱাই ভয় ভাবুকিৰে গাডী ৰখাই,চালক আৰু হেন্দিমেনক গাডীৰ পৰা নমাই উক্ত গাডীখন সৰবৰাহ কৰি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল গাডীৰ স্বতাধীকাৰ চুলেমান আলীয়ে | পিছত উক্ত ঘটনা সন্দৰ্ভত জিলা উপ আৰক্ষী অধিক্ষ্যক ,উদালী আৰু লংকা আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ তদন্ত চলাই গাডীৰ হেন্দিমেন আৰু চালকক সন্দেহ বশত জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে | উল্লেখ যে,গাডীৰ স্বতাধীকাৰ চুলেমান আলীয়ে ফাইনেন্স কোম্পানীক গাডীৰ ৮তাকৈ কিস্তি পৰিশোধ কৰিৱ নোৱাৰাত, ফাইনেন্স কোম্পানীৰ পৰা ধন আত্মসাৎৰ লালসাত উক্ত গাডীখন
যোৱা ১৬ জুলাই তাৰিখে ডিমাপুৰত বিক্ৰী কৰি গাডী অপহৰণ হৈছে বুলি মনে ৰচা এক অভিনয় কৰিছিল | পিছত লংকা আৰক্ষীৰ অনুসন্ধানত সামগ্ৰীক ঘটনা পোহৰলৈ অহাত গাডীৰ স্বতাধীকাৰ সহ উক্ত চাৰি ধৃত গাডী চুৰি চক্ৰৰ সদস্যক আটক কৰি হোজাই জিলা প্ৰশাসনে চলাই আছে ঘটনাসন্দৰ্ভত তদন্ত | বৰ্তমান লামডিং আৰক্ষীৰ জিম্মাত ধৃত চাৰি গাডী চুৰি চক্ৰৰ সদস্য |

BYTE: লংকা ভাৰপাপ্ত বিষয়া, গাডী স্বতাধীকাৰ,গাডী সৰবৰাহৰ লগত জড়িত সদস্য

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.