ETV Bharat / jagte-raho

গাড়ী চোৰৰ অভিনৱ কৌশল,চাবি নোহোৱাকৈয়ে  চুৰি কৰিলে গাড়ী - গোপেশ্বৰ দেৱালয়

জালুকবাৰি উৰণীয়া সেঁতুৰ ওপৰত এজন অচিনাক্ত ব্যক্তিয়ে হাত ডাঙি গাড়ীখন ৰখাই আৰু নলবাৰীলৈ যাবলৈ বিচাৰে। মানুহজন বিপদত পৰা দেখি বিক্ৰম পাটোৱাৰীয়ে গাড়ীত উঠাই লয়। কিছুদূৰ দুয়োজনে সুন্দৰ ভাৱে কথা বতৰ আহি থাকে। চাংসাৰি থানাৰ অন্তৰ্গত গোপেশ্বৰ দেৱালয়ৰ ওচৰ পোৱাত গাড়ীৰ মালিক গাড়ী ৰখাই নামি যায় । সেইসময়তে যাত্ৰীৰ বেশত অহা চোৰটোৱে মালিকৰ সন্মুখতে গাড়ীখন লৈ উধাও হয় ।

গাড়ী চোৰৰ অভিনব কৌশল, চাবি নোহোৱাকৈয়ে  চুৰি কৰিলে গাড়ী
author img

By

Published : Jun 5, 2019, 11:31 AM IST

বাইহাটা চাৰিআলি,4 জুন: কামৰূপৰ বাইহাটা চাৰিআলিত অভিনৱ পদ্ধতিৰে গাড়ী চুৰি। 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোপেশ্বৰ দেৱালয়ৰ সন্মুখৰ পৰা সন্ধিয়া গাড়ীৰ মালিকৰ সন্মুখতে চুৰি কৰি নিলে বিলাসী ইন'ভা গাড়ী। গুৱাহাটীৰ পাঞ্জাবাৰীৰ বতাহঘূলিৰ বিক্ৰম পাটোৱাৰী নামৰ ব্যক্তিজনে নিজৰ AS-01BT-1450 নম্বৰৰ ইন'ভা গাড়ী খনেৰে আহি আছিল নলবাৰীলৈ। জালুকবাৰী উৰণীয়া সেঁতুৰ ওপৰত এজন অচিনাক্ত ব্যক্তিয়ে হাত ডাঙি গাড়ীখন ৰখাই আৰু নলবাৰীলৈ যাবলৈ বিচাৰে। মানুহজন বিপদত পৰা দেখি বিক্ৰম পাটোৱাৰীয়ে গাড়ীত উঠাই লয়। চাংসাৰি থানাৰ অন্তৰ্গত গোপেশ্বৰ দেৱালয়ৰ ওচৰ পোৱাত গাড়ীৰ মালিকে গাড়ী ৰখাই নামি যায়। সেইসময়তে যাত্ৰীৰ বেশত অহা চোৰটোৱে মালিকৰ সন্মুখতে গাড়ীখন লৈ উধাও হয় ।

গাড়ী চোৰৰ অভিনব কৌশল, চাবি নোহোৱাকৈয়ে চুৰি কৰিলে গাড়ী

লগতে পঢ়ক: এতিয়া আৰু উৎপাত নকৰো, কেব আহিলে আকৌ উৎপাত কৰিম: জুবিন গাৰ্গ

গাড়ীৰ চাবি মালিকৰ হাততে থাকি যায়। চাবি নোহোৱাকৈয়ে গাড়ীখন অভিনৱ কৌশলৰে চুৰি কৰি লৈ যায় সেইয়া আশ্বৰ্যকৰ বিষয়। ইতিমধ্যে গাড়ীখনৰ মালিক বিক্ৰম পাটোৱাৰীয়ে চাংসাৰি থানাত ৰুজু কৰিছে এক গোচৰ ৷

Intro:Baihata Inova Churi

V/O:----কামৰূপৰ বাইহাটা চাৰিআলিত অভিনব পদ্ধতিৰে গাড়ী চুৰি ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোপেশ্বৰ দেৱালয়ৰ সন্মুখৰ পৰা সন্ধিয়া গাড়ীৰ মালিকৰ সন্মুখতে চুৰি কৰি নিলে বিলাসী ইনোভা গাড়ী । গুৱাহাটীৰ পাঞ্জাবাৰিৰ বতাহঘূলিৰ বিক্ৰম পাটোৱাৰি নামৰ ব্যক্তিজনে নিজৰ AS-01-BT-1450 নম্বৰৰ ইনোভা গাড়ী খনেৰে আহি আছিল নলবাৰিলৈ বুলি । জালুকবাৰি উৰনীয়া সেতুৰ ওপৰত এজন অচিনাক্ত ব্যক্তিয়ে হাত ডাঙি গাড়ী খন ৰখাই আৰু নলবাৰিলৈ যাবলৈ বিছাৰে । মানুহজন বিপদত পৰা দেখি বিক্ৰম পাটোৱাৰিয়ে গাড়ীত উঠাই লয় । কিছুদূৰ দুয়োজনে সুন্দৰ ভাবে কথা বতৰ আহি থাকে । চাংসাৰি থানাৰ অন্তৰ্গত গোপেশ্বৰ দেৱালয়ৰ ওচৰ পোৱাত গাড়ীৰ মালিকে পেচাব কৰিৱৰ বাবে গাড়ী ৰখাই নামি যায় । সেইসময়তে যাত্ৰীৰ বেশত অহা চোৰটোৱে মালিকৰ সন্মুখতে গাড়ীখন লৈ উধাও হয় । গাড়ীৰ চাবি মালিকৰ হাততে থাকি যায় । চাবি নোহোৱাকৈয়ে গাড়ীখন যি অভিনৱ কৌশলৰে চুৰি কৰি সেইয়া আশ্বৰ্য্যকৰ বিষয় । ইতিমধ্যে গাড়ী খনৰ মালিক বিক্ৰম পাটোৱাৰিয়ে চাংসাৰি থানাত ৰুজু কৰিছে এক গোচৰ ।

বাইট:----
Body:.Conclusion:..
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.