ETV Bharat / jagte-raho

মোমায়েকে উপৰ্যুপৰি দাৰ ঘাপত সংকটজনক অৱস্থা ভাগিনৰ

কৰিমগঞ্জৰ ওল্ড মিচন ৰোডত চাঞ্চল্যকৰ ঘটনা | দিনৰ পোহৰতে মোমায়েকে বলিছ্বেদৰে উপৰ্যুপৰি আক্ৰমন চলালে ভাগিনৰ ওপৰত |

author img

By

Published : Oct 2, 2019, 11:02 PM IST

কৰিমগঞ্জত মোমায়েকে দাৰে ঘপিয়ালে ভাগিনক

কৰিমগঞ্জ,2অক্টোবৰঃ কৰিমগঞ্জত ৰহস্যজনক চাঞ্চল্যকৰ ঘটনা । দিনৰ পোহৰতে বয়োজ্যেষ্ঠ মোমায়েকে বলিছ্বেদৰে (বলি দিয়াৰ দা) উপৰ্যুপৰি আক্ৰমন চলালে ভাগিনক । ৮১ বছৰিয়া মোমায়েক পিযুষ ৰয় চৌধুৰীয়ে ভাগিন সুজিত পুৰকায়স্থৰ গাত দাৰে কেইবাটাও ঘাপ দিয়ে । ইপিনে ততাতৈয়াকৈ আহত লোকজনক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক শোচনীয় হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । পাচত ঘাতক মোমায়েক পিযুষ ৰয় চৌধুৰীক ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে । অৱশ্যে কি কাৰণত মোমায়েকে ভাগিনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

Intro:কৰিমগঞ্জত বিজেপি নেতাক হত্যাৰ চেষ্টাBody:Breaking...
কৰিমগঞ্জৰ ওল্ড মিচন ৰোডত চাঞ্চল্যকৰ ঘটনা | দিনৰ পোহৰতে মোমায়েকে বলিছ্বেদৰে উপৰ্যুপৰি আক্ৰমন চলালে ভাগিনৰ উপৰত | ৮১ বছৰিয়া মোমায়েক পিযুষ ৰয় চৌধুৰীয়ে ৬০ বছৰিয়া ভাগিন সুজিত পুৰকায়স্থৰ গাত কেইবাটাও ঘাপ বহিয়াই দিয়ে | সংকটজনক অবস্থাত আহতক কৰিমগঞ্জ অসামৰিক চিকিত্সালত ভৰ্তি কৰালে অবস্থা গুৰুতৰ হোৱাত শিলচৰ মেডিকেল কলেজ চিকিত্সালয়লৈ প্ৰেৰন কৰা হয় | ঘাতকক ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষী আটক কৰি লৈ যায় |Conclusion:ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.