ETV Bharat / international

২৭ ডিচেম্বৰত চীনত প্ৰথমে দেখা দিছিল কোভিড-১৯ঃ চীন চৰকাৰ

author img

By

Published : Jun 7, 2020, 9:38 PM IST

চীন চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৭ ডিচেম্বৰত বুহান চহৰৰ এখন চিকিৎসালয়ত ভাইৰাছবিধ চিনাক্ত কৰা বুলি উল্লেখ কৰে । তাৰ পিছত পৰীক্ষা-নিৰীক্ষাৰ অন্তত ভাইৰাছবিধ চিনাক্ত কৰা হৈছিল । ভাইৰাছবিধ প্ৰথমে চীনত ২৭ ডিচেম্বৰ তাৰিখে নিমোনিয়া হিচাপে দেখা দিছিল । বৰ্তমান ভাইৰাছবিধৰ উৎপত্তিৰ তদন্ত কৰিবলৈ বিশ্ব স্বাস্থ সংস্থাই অনুমতি প্ৰদান কৰিছে ।

china-exonerates-self-in-whitepaper-on-covid-19-says-virus-first-noticed-on-dec-27

নিউজ ডেস্ক, ৭ জুন : সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে মাৰাত্মক ভাইৰাছ বিধৰ উৎপত্তি ৰাষ্ট্ৰ চীনে দেওঁবাৰে এক বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ।

তথ্য অনুসৰি ভাইৰাছবিধ প্ৰথমে চীনত ২৭ ডিচেম্বৰ তাৰিখে নিমোনিয়া হিচাপে দেখা দিছিল । আৰু ১৯ জানুৱাৰীত ভাইৰাছবিধ মানৱ দেহৰ পৰা আন মানুহলৈ সক্ৰমণ হোৱাৰ লক্ষণ দেখা দিছিল ।

চীন চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এক তথ্যত উৎপত্তি চহৰ বেইজিংত এই ভাইৰাছবিধৰ প্ৰভাৱ সম্পৰ্কত এক ব্যাখ্যা আগবঢ়াইছে ।

আনহাতে চীনে প্ৰকাশ কৰা এই তথ্য মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগতে আন-আন দেশৰ নেতাই ভূল তথ্য আগবঢ়োৱা বুলি অভিযোগ উখাপন কৰে ।

কৰ'ণা ভাইৰাছ ৰিচাৰ্জ চেন্টাৰৰ তথ্য অনুসৰি, বৰ্তমানলৈ এই ভাইৰাছবিধত ৮,০০০০০ জন লোক আক্ৰান্ত হৈছে আৰু ৪,০০০০০ জন লোকৰ মৃত্যু হৈছে । এই ভাইৰাছবিধৰ ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে ।

আই এম এফে জনোৱা অনুসৰি, কোভিড-১৯ ৰ বাবে বিশ্ব অৰ্থনীতিত যথেষ্ট ক্ষতি হৈছে । যাৰবাবে ইয়াৰ পুনৰদ্ধাৰৰ বাবে বহু সময়ৰ প্ৰয়োজন হ'ব ।

চীন চৰকাৰে পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২৭ ডিচেম্বৰত বুহান চহৰৰ এখন চিকিৎসালয়ত ভাইৰাছবিধ চিনাক্ত কৰা বুলি উল্লেখ কৰে । তাৰ পিছত পৰীক্ষা-নিৰীক্ষাৰ অন্তত ভাইৰাছবিধ চিনাক্ত কৰা হৈছিল । বৰ্তমানে বিশ্ব স্বাস্থ সংখ্যাই ভাইৰাছবিধৰ উৎপত্তিৰ তদন্তৰ প্ৰস্তাৱত অনুমতি প্ৰদান কৰিছে ।

চীনৰ শ্বসন ৰোগ চিকিৎসক এগৰাকীয়ে জনোৱা অনুসৰি, ২০ জানুৱাৰীত গুয়াডাং প্ৰদেশত দুজন লোকৰ দেহত সংক্ৰমণ হৈছিল ।

লগতে পঢ়ক : বিশ্বজুৰি কৰ'ণাৰ বিভীষিকাঃ মৃত্যু ৪ লাখৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.