নিউজ ডেস্ক, ১ জুলাইঃ যুৱ প্ৰজন্মৰ মাজত সঘনাই দেখিবলৈ পোৱা যায় নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি । এই আসক্তিয়ে জীৱনলৈয়ো শংকা কঢ়িয়াই আনিছে বহু যুৱ-প্ৰজন্মৰ ।

বিশ্বৰ প্ৰান্তে প্ৰান্তে নিচাজাতীয় সামগ্ৰী প্ৰয়েই সৰবৰাহ হৈ থকা ঘটনা সকলোৰে সকলোৰেই জ্ঞাত । তাৰ মাজতে বুধবাৰে ইটালীয়ান আৰক্ষীয়ে এক অভিযানত জব্দ কৰে ১৪ টন নিচাজাতীয় দ্ৰব্য ।
Islamic State groupৰ দ্বাৰা চিৰিয়াত উৎপাদিত এম্ফেটামিনখিনি ইউৰোপৰ অবৈধ ড্ৰাগছৰ বজাৰত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে ইটালীৰ আৰক্ষীয়ে জব্দ কৰে ।