ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ জুনঃ সোমবাৰে ৰোমত একত্ৰিত হ'ল শতাধিক নাৰ্ছ । ৰোমত একত্ৰিত হৈ ৰঙা বেলুন উৰুৱাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে ইটালী চৰকাৰৰ বিৰুদ্ধে । নাৰ্ছসকলৰ অভিযোগ, কৰ'ণা মহামাৰীৰ সময়ত তেওঁলোকে মানুহৰ জীৱন ৰক্ষাৰ্থে কৰা কষ্টৰ বিনিময়ত ইটালী চৰকাৰে তেওঁলোকক প্ৰদান নকৰিলে যাৱতীয় সুবিধা তথা সন্মান ।
ৰঙা বেলুন লৈ ইটালীৰ ৰোমত প্ৰতিবাদ শতাধিক নাৰ্ছৰ - ইটালীত নাৰ্ছৰ প্ৰতিবাদ
সোমবাৰে ৰোমত শতাধিক নাৰ্ছ একত্ৰিত হৈ ৰঙা বেলুন উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ অভিযোগ মহামাৰীৰ সময়ত তেওঁলোকে কৰা কষ্টৰ বিনিময়ত চৰকাৰৰ পৰা নাপালে কোনো সুবিধা তথা সন্মান ।

ৰঙা বেলুন লৈ ইটালীৰ ৰোমত প্ৰতিবাদ শতাধিক নাৰ্ছৰ