ETV Bharat / international

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত মহিলা - আত্মঘাতী বোমাৰো

আত্মঘাতী বোমাৰো কেইজন উচ্চ শিক্ষিত আৰু উচ্চ মধ্যবিত্ত পৰিয়ালৰ লোক আছিল ৷

শ্ৰীলঙ্কা ধাৰাবাহিক বিস্ফোৰণৰ 9 গৰাকী আত্মঘাতী বোমাৰোৰ এগৰাকী আছিল মহিলা, 60 জনক আটক
author img

By

Published : Apr 24, 2019, 8:44 PM IST

নিউজ ডেস্ক, 24 এপ্ৰিল: ইস্তাৰৰ দিনা শ্ৰীলঙ্কাত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ 9 গৰাকী আত্মঘাতী বোমাৰোৰ এগৰাকী আছিল মহিলা ৷ আৰক্ষীৰ মুখপাত্ৰ ৰোৱান গোনাছেকাৰায়ে বুধবাৰে ঘোষণা কৰে এই কথা ৷ এই ধাৰাবাহিক বিস্ফোৰণৰ লগত জড়িত 60 গৰাকী লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে 32 জন চিআইডিৰ জিম্মাত ৰখা হৈছে ৷

এখন সংবাদমেলত শ্ৰীলঙ্কাৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰী ৰোৱান ৱিজেয়ৱৰ্ডনেয়ে জনাই যে এই আত্মঘাতী বোমাৰো কেইজন উচ্চ শিক্ষিত আৰু উচ্চ মধ্যবিত্ত পৰিয়ালৰ ৷ ইয়াৰে এগৰাকী ইউনাইটেড কিংদম আৰু অষ্ট্ৰেলিয়াত শিক্ষা গ্ৰহণ কৰি শ্ৰীলংকালৈ উভতি আহিছিল ৷ তেওঁ লগতে কয় যে, প্ৰাথমিক তথ্য অনুসৰি এই বোমা বিস্ফোৰণ নিউজিলেণ্ডৰ মজজিদত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ আছিল ৷

Intro:Body:

SRI LANKA ATTACKS: ONE OUT OF 9 SUICIDE BOMBERS WAS A WOMAN, 60 ARRESTS MADE

শ্ৰীলঙ্কা ধাৰাবাহিক বিস্ফোৰণৰ 9 গৰাকী আত্মঘাতী বোমাৰোৰ এগৰাকী আছিল মহিলা, 60 জনক আটক

নিউজ ডেস্ক, 24 এপ্ৰিল: ইস্তাৰ ছানডেৰ দিনা শ্ৰীলঙ্কাত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ 9 গৰাকী আত্মঘাতী বোমাৰোৰ এগৰাকী আছিল মহিলা ৷ আৰক্ষীৰ মোখপাত্ৰ ৰোৱান গোনাছেকাৰায়ে বুধবাৰে এই কথা ঘোষণা কৰে ৷ এই ধাৰাবাহিক বিস্ফোৰণৰ লগত জড়িত 60 গৰাকী লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে 32 জন চিআইডি ৰ জিম্মাত ৰখা হৈছে ৷ 

এখন সংবাদমেলত শ্ৰীলঙ্কাৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী ৰোৱান ৱিজেয়ৱৰ্ডনেয়ে জনাই যে এই আত্মঘাতী বোমাৰো কেইজনৰ সকলোকেইজনে উচ্ছ শিক্ষিত আৰু উচ্ছ মধ্যবিত্ত পৰিয়ালৰ লোক আছিল ৷ ইয়াৰে এগৰাকী ইউনাইটেড কিংদম আৰু অষ্ট্ৰেলীয়াত শিক্ষা গ্ৰহণ কৰি শ্ৰীলঙ্কালৈ উভতি আহিছিল ৷ তেওঁ লগতে কয় যে প্ৰাথমিক তথ্য অনুসৰি এই বোমা বিস্ফোৰণ নিউ জিলেণ্ডত মজিডত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ আছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.