ETV Bharat / international

বানৰ কৱলত নেপাল : মৃতকৰ সংখ্যা 67 জনলৈ বৃদ্ধি - 30 জন নিৰুদ্দেশ

প্ৰলয়ংকৰী বানৰ ফলত নেপালত প্ৰাণ গ'ল প্ৰায় 67 জনকৈ লোকৰ ৷ 14 টাকৈ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচলো বন্ধ হৈ পৰিছে ৷

বানৰ কবলত নেপাল : মৃতকৰ সংখ্যা 67 জনলৈ বৃদ্ধি
author img

By

Published : Jul 16, 2019, 4:39 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক,16 জুলাই : মৃত্যুৰ উপত্যকাত পৰিণত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ৷ ভয়ংকৰ বান আৰু গঢ়া খহনীয়াৰ ফলত বৰ্তমানলৈকে প্ৰায় 67 জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য লাভ কৰা হৈছে ৷ ইয়াৰোপৰি,নদীৰ পানীত উটি যোৱাৰ লগতে গঢ়া খহনীয়াৰ ফলত 30 জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱাৰো আশংকা কৰা হৈছে ৷ ৰাষ্ট্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি,বানৰ ফলত নেপালৰ 14 টাকৈ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে ৷ বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে ঘাইপথ সমূহ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ৷

ETV BHARAT ASSAM
বানৰ কবলত নেপাল : মৃতকৰ সংখ্যা 67 জনলৈ বৃদ্ধি

সোমবাৰে নেপালৰ চৰকাৰী বিষয়াই প্ৰদান কৰা তথ্য অনুসৰি,3 খনকৈ নদীৰ পানী উত্তৰ-পূৱ ভাৰতৰ দিশেও বৈ যোৱাৰ লগতে 14 জনকৈ লোকৰ প্ৰাণহানি হৈছে আৰু প্ৰায় 2 মিলিয়ন লোক হতাহত হৈছে ৷ ইয়াৰোপৰি,বাংলাদেশতো প্ৰভাৱ বিস্তাৰ কৰা এই বানে 12 জনকৈ খেতিয়কৰ প্ৰাণ কাঢ়ি নিছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.