ETV Bharat / international

আং চান ছ্যু কীক সাক্ষাৎ মোডীৰ

author img

By

Published : Nov 4, 2019, 4:40 AM IST

Updated : Nov 4, 2019, 9:58 AM IST

দক্ষিণ-পূব এছিয়া মহাদেশীয় সংস্থা আৰু ইণ্ডিয়া (ASEAN-INDIA), পূব এছিয়া আৰু ব্যাপক আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (Regional Comprehensive Economic Partnership) সন্মিলনত অংশগ্ৰহণৰ বাবে শনিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে সাক্ষাৎ কৰে ম্যানমাৰৰ ষ্টেট কাউন্সিলৰ আং চান ছ্যু কীক ৷

আং চান ছ্যু কীৰ সৈতে মোডী

ইন্টাৰনেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে দেশখনৰ ষ্টেট কাউন্সিলৰ আং চান ছ্যু কীক ৷ দেওবাৰে ম্যানমাৰৰ ষ্টেট কাউন্সিলৰগৰাকীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দক্ষিণ-পূব এছিয়া মহাদেশীয় সংস্থাৰ সন্মিলনৰ মাজতে এইদৰে আং চান ছ্যু কীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আলোচনাৰ মাজতে যোগাযোগ আৰু ক্ষমতা নিৰ্মাণখণ্ডত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰিবলৈ এইদৰে আলোচনাত মিলিত হয় দুয়োগৰাকী শীৰ্ষ নেতা ৷

  • When Act East & Neighborhood First converge

    PM @narendramodi had a constructive meeting with Myanmar’s State Counsellor Daw Aung San Suu Kyi to enhance cooperation in capacity building, connectivity and people-to-people ties, among other areas. pic.twitter.com/WmlEmmYF4t

    — Raveesh Kumar (@MEAIndia) November 3, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

When Act East & Neighborhood First converge

PM @narendramodi had a constructive meeting with Myanmar’s State Counsellor Daw Aung San Suu Kyi to enhance cooperation in capacity building, connectivity and people-to-people ties, among other areas. pic.twitter.com/WmlEmmYF4t

— Raveesh Kumar (@MEAIndia) November 3, 2019

লগতে পঢ়কঃ বাংলাদেশীৰ সহযোগত অসমত অবৈধ প্ৰৱেশ নাইজেৰিয়ান লোকৰ

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীশ কুমাৰে মোডী আৰু ছ্যু কীৰ মাজৰ আলোচনাক লৈ এটি টুইট কৰে ৷ অৱশ্যে আলোচনাৰ মাজত ৰোহিংগীয়াক লৈ কিবা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে নাই সেয়া এতিয়ালৈকে স্পষ্ট কৰা নাই বৈদেশিক মন্ত্ৰালয়ে ৷

উল্লেখ্য যে, 2017 চনত ম্যানমাৰত সেনাবাহিনীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি 7 লাখৰো অধিক ৰোহিংগীয়া মুছলমানে দেশ এৰি পলায়ন কৰে ৷ এইসকল ৰোহিংগীয়া মুছলমানে চুবুৰীয়া বাংলাদেশত বিশেষ সমস্যাৰ সৃষ্টি কৰাৰ লগতে ভাৰতৰ অংগ ৰাজ্য অসমটো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ ম্যানমাৰ ভাৰতৰ বাবে সশস্ত্ৰ আৰু কূটনৈতিক ক্ষেত্ৰত বিশ্বাসযোগ্য বন্ধু ৷ দুয়োখন দেশৰ মাজত থকা 1,640 কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা আছাম ৰাইফলছে প্ৰদান কৰি অহাৰ লগতে বিদ্ৰোহীৰ ঘাটি হিচাপে পৰিগণিত নাগালেণ্ড আৰু মণিপুৰ ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততে আছে ৷

Intro:Body:

আং চান ছ্যু কীক সাক্ষাৎ মোডীৰ 

দক্ষিণ-পূব এছিয়া মহাদেশীয় সংস্থা আৰু ইণ্ডিয়া (ASEAN-INDIA), পূব এছিয়া আৰু ব্যাপক আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (Regional Comprehensive Economic Partnership) সন্মিলনত অংশগ্ৰহণৰ বাবে শনিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে সাক্ষাৎ কৰে ম্যানমাৰৰ ষ্টেট কাউন্সিলৰ আং চান ছ্যু কীক ৷ 

নেশ্বনেল ডেস্ক, 4 নৱেম্বৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে দেশখনৰ ষ্টেট কাউন্সিলৰ আং চান ছ্যু কীক ৷ দেওবাৰে ম্যানমাৰৰ ষ্টেট কাউন্সিলৰগৰাকীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দক্ষিণ-পূব এছিয়া মহাদেশীয় সংস্থাৰ সন্মিলনৰ মাজতে এইদৰে আং চান ছ্যু কীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আলোচনাৰ মাজতে যোগাযোগ আৰু ক্ষমতা নিৰ্মাণখণ্ডত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰিবলৈ এইদৰে আলোচনাত মিলিত হয় দুয়োগৰাকী শীৰ্ষ নেতা ৷ 

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰভীশ কুমাৰে মোডী আৰু ছ্যু কীৰ মাজৰ আলোচনাক লৈ এটি টুইট কৰে ৷ অৱশ্যে আলোচনাৰ মাজত ৰোহিংগিয়াক লৈ কিবা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে নাই সেয়া এতিয়ালৈকে স্পষ্ট কৰা নাই বৈদেশিক মন্ত্ৰালয়ে ৷ 

উল্লেখ্য যে, 2017 চনত ম্যানমাৰত সেনাবাহিনীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি 7 লাখৰো অধিক ৰোহিংগিয়া মুছলমানে দেশ এৰি পলায়ন কৰে ৷ এইসকল ৰোহিংগিয়া মুছলমানে চুবুৰীয়া বাংলাদেশত বিশেষ সমস্যাৰ সৃষ্টি কৰাৰ লগতে ভাৰতৰ অংগৰাজ্য অসমটো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ ম্যানমাৰ ভাৰতৰ বাবে সশস্ত্ৰ আৰু কূটনৈতিক ক্ষেত্ৰত বিশ্বাসযোগ্য বন্ধু ৷ দুয়োখন দেশৰ মাজত থকা 1,640 কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা আছাম ৰাইফলছে প্ৰদান কৰি অহাৰ লগতে বিদ্ৰোহীৰ ঘাটি হিচাপে পৰিগণিত নাগালেণ্ড আৰু মনিপুৰ ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততে আছে ৷ 

Conclusion:
Last Updated : Nov 4, 2019, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.