ETV Bharat / international

বিশ্বই গান্ধীজীৰ শান্তি বাৰ্তা গ্ৰহণ কৰিব লাগে : এন্টনিঅ’ গুটেৰাৰ্চ

author img

By

Published : Oct 2, 2021, 1:07 PM IST

‘বিশ্বই গান্ধীজীৰ শান্তিবাৰ্তা গ্ৰহণ কৰিব লাগে’ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ 125 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰ সংঘৰ সচিব এন্টনিঅ’ গুটেৰাৰ্চে ৷

World should heed Mahatama Gandhi's message of peace, usher new era of trust: UN General Secretary
বিশ্বই গান্ধীজীৰ শান্তিবাৰ্তা গ্ৰহণ কৰিব লাগে : এন্টনিঅ’ গুটেৰাৰ্চ

ইন্টাৰনেশ্যনেল ডেস্ক, 2 অক্টোবৰ : বিশ্বাস আৰু সহিষ্ণুতাৰ এক নতুন যুগৰ সূচনা কৰিবলৈ বিশ্বই মহাত্মা গান্ধীৰ শান্তিৰ বাৰ্তা গ্ৰহণ কৰিব লাগে ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ 125 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ সচিব এন্টনিঅ’ গুটেৰাৰ্চে ৷

টুইটযোগে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গুটেৰাৰ্চে লিখে, "Hatred, division and conflict have had their day. It is time to usher in a new era of peace, trust and tolerance. On this International Day of Non-Violence - Gandhi's birthday - let's heed his message of peace, and commit to building a better future for all"

১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ চহৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে অতি ধৈৰ্যৰে ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ 'স্বৰাজ' (স্ব-শাসন) আৰু 'অহিংসা' (অহিংসা)ত তেওঁৰ অটল বিশ্বাসে তেওঁক সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছিল । বিশ্বব্যাপী, গান্ধীৰ জন্ম জয়ন্তী আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে উদযাপন কৰা হয় ।

লগতে পঢ়ক : লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.