ETV Bharat / headlines

সংখ্যালঘুসকলৰ ধৰ্ম আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত আছে- কিৰেণ ৰিজিজু

আমেৰিকাত চলি থকা বৰ্ণ বৈষম্যবাদৰ পিছতে আমেৰিকাৰ এজন ৰাজনৈতিক বিষয়াই ভাৰতক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে,সংখ্যালঘুসকলৰ ধৰ্ম আৰু সাংবিধানিক অধিকাৰ ভাৰতত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। সংখ্যালঘুৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ সুৰক্ষিত দেশ ।

author img

By

Published : Jun 11, 2020, 10:38 PM IST

ভাৰতৰ সংখ্যালঘুসকলৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

নেশ্যনেল ডেস্ক, ১১ জুন: সংখ্যালঘুসকলৰ ধৰ্ম আৰু সাংবিধানিক অধিকাৰ ভাৰতত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। এই ক্ষেত্ৰত তেওঁলোকক কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই । বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এনেদৰে মন্তব্য কৰে ।

ভাৰতৰ সাম্প্ৰদায়িক দিশটোত যদিও তেওঁ চিন্তা প্ৰকাশ কৰিছে,তথাপিও এইক্ষেত্ৰত সংখ্যালঘুসকলে চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি তেওঁ জানিবলৈ দিয়ে । আমেৰিকাত চলি থকা বৰ্ণ বৈষম্যবাদৰ পিছতে আমেৰিকাৰ এজন ৰাজনৈতিক বিষয়াই ভাৰতক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰি ৰিজিজুৱে কয় যে,সংখ্যালঘুৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ সুৰক্ষিত দেশ । লগতে তেওঁ কয় যে,২০২৮ চনলৈ সুৰক্ষিত দেশৰ ভিতৰত ভাৰত শীৰ্ষ দহটা স্থানত অন্তৰ্ভুক্ত হ'ব ।

লগতে পঢ়ক: ভেকচিন আৱিস্কাৰ নোহোৱালৈকে ৰাইজক সজাগ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.