ETV Bharat / headlines

আমিনগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Jun 8, 2020, 5:29 PM IST

দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেলখনৰ এজন আৰোহীৰ ।

Road Accident in Amingaon
Road Accident in Amingaon

আমিনগাঁও, ৮ জুন : কামৰূপৰ আমিনগাঁৱত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । আমিনগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে বিপৰীত দিশৰ এখন মটৰ চাইকেল । দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেলখনৰ এজন আৰোহীৰ ।

Road Accident in Road Accident in Amingaon
আমিনগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

নিহত লোকজনক তিনিচুকীয়াৰ দুৰ্ণকান্ত নেওগ (২২) বুলি জানিব পৰা হৈছে । আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মটৰচাইকেলখনত অহা আনজন আৰোহীৰ । আহত লোকজনক ততাতৈয়াকৈ নাৰায়ণা হাস্পাতালত ভৰ্তি কৰোৱা হয় ।

Road Accident in Amingaon
আমিনগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

আমিনগাঁৱৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । AS-01LC-0354 নম্বৰৰ তীব্ৰবেগী ট্ৰাকখন ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখী আহি থাকোতে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা AS-01DU-5985 নম্বৰৰ মটৰচাইকেলখন মহতিয়াই নিয়ে ।

লগতে চাওকঃ ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.