ETV Bharat / headlines

গালৱান সংঘৰ্ষৰ পিছতে ভাৰতীয় সেনা আৰু চীনা আৰক্ষী কমাণ্ডৰ মাজত বৈঠক - মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল লিয়ু লিন

১৫ জুন তাৰিখে গালৱান ভেলীত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ পিছতে পূৱ লাডাখৰ মোল্ডোৰ সীমান্তত ভাৰতীয় সেনা আৰু চীনা পিএলএ আৰক্ষী কমাণ্ডৰ মাজত বৈঠক সম্পন্ন হয় । ৬ জুনৰ পিছত হোৱা এইখন দ্বিতীয় বৈঠক, যিখন সমস্যাসমূহৰ চিন্তা দূৰ কৰাৰ নিমিত্তে সম্পন্ন কৰা হয় ।

গালৱান সংঘৰ্ষৰ পিছতে ভাৰতীয় সেনা আৰু চীনা আৰক্ষী কমাণ্ডৰ মাজত বৈঠক

author img

By

Published : Jun 22, 2020, 7:05 PM IST

নেশ্যনেল ডেস্ক, ২২ জুনঃ গালৱান ভেলীত ১৫ জুন তাৰিখে ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ পিছতে পূৱ লাডাখৰ মোল্ডোৰ সীমান্তত ভাৰতীয় সেনা আৰু চীনা পিএলএ আৰক্ষী কমাণ্ডৰ মাজত বৈঠক সম্পন্ন হয় । ৬ জুনৰ পিছত হোৱা এইখন দ্বিতীয় বৈঠক, যিখন সমস্যাসমূহৰ চিন্তা দূৰ কৰাৰ নিমিত্তে সম্পন্ন কৰা হয় ।

১৪ আৰক্ষী কমাণ্ডৰ লেফ্টেনেণ্ট জেনেৰেল হৰিন্দৰ সিং আৰু দক্ষিণ শ্বিনজিয়াং জিলাৰ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল লিয়ু লিনৰ মাজত এই বৈঠক সম্পন্ন হয় । দিনৰ ১১.৩০ বজাত আৰম্ভ কৰা এই বৈঠকত ৪ টা মূল সিদ্ধান্তৰ ওপৰত আলোচনা হয় ।

গালৱান সংঘৰ্ষৰ পিছতে ভাৰতীয় সেনা আৰু চীনা আৰক্ষী কমাণ্ডৰ মাজত বৈঠক
গালৱান সংঘৰ্ষৰ পিছতে ভাৰতীয় সেনা আৰু চীনা আৰক্ষী কমাণ্ডৰ মাজত বৈঠক

গালৱান ভেলীত হোৱা সংঘৰ্ষত দুয়োপক্ষৰ সেনা হতাহত হোৱাৰ বাবে এই বিষয়টো শীৰ্ষত থাকিব । লগতে ইয়াত সেনাক বন্দী কৰাৰ কথাও জড়িত হৈ আছে । ভাৰত-চীনৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত বন্দুকৰ সৈতে পুৰুষ আৰু সামগ্ৰীৰ বিশাল পৃষ্ঠভূমিত কেনেকৈ ডি-এস্কেলেটৰী উপায় অৱলম্বন কৰা যাব সেই দিশতো গুৰুত্ব প্ৰদান কৰা হ'ব । লাডাখৰ পংগোং হ্ৰদৰ উত্তৰ দিশত থকা ৪ টা মুখ্য স্থানো এই বৈঠকৰ এক বিন্দু আছিল ।

লগতে পঢ়ক : জম্মুত সন্দেহজনক লোকৰ গুলী বৰ্ষণত আহত ভিডিপি সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.