ETV Bharat / headlines

কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ - ৰেমডেচিভিৰ আৰু ফেভিপিৰভিৰৰ তাৎক্ষণিকভাৱে প্ৰয়োগ

কোভিড-১৯ৰ ৰোগীসকলৰ বাবে সুলভ মূল্যৰ ঔষধৰ ক্ৰমবৰ্ধমানৰ ক্ষেত্ৰত সক্ৰিয় কৰ্মীসকলৰ নেটৱৰ্ক, কোভিড-১৯ৰ বিশেষজ্ঞ সমিতিৰ সদস্যৰ বিৱৰণ নিদিয়াৰ বাবে চৰকাৰক সমালোচনা কৰিছে নেতা-কৰ্মীসকলে । এতিয়াও বহু দেশত ফেভিপিৰভিৰ পৰীক্ষাৰ অধীনত আছে আৰু কোভিড-১৯ চিকিৎসাত ইয়াৰ প্ৰভাৱৰ প্ৰমাণ পাবলৈ বাকী আছে ।

কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ

author img

By

Published : Jun 27, 2020, 1:15 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুন : দেশৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বাবে ৰেমডেচিভিৰ আৰু ফেভিপিৰভিৰৰ তাৎক্ষণিকভাৱে প্ৰয়োগ কৰিবলৈ ভাৰতীয় কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত অনুমোদনৰ স্বচ্ছতাৰ অভাৱক লৈ প্ৰশ্ন উত্থাপন কৰে নেতা-কৰ্মীসকলে । প্ৰশ্ন উত্থাপনযোগে কয় যে, কোভিড-১৯ৰ বাবে লোৱা এই পদক্ষেপত পাৰদৰ্শীতাৰ অভাৱ পৰিলক্ষিত হৈছে আৰু সদস্যসকলৰ মাজত অস্পষ্টতা দেখা গৈছে ।

কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ
কোভিড-১৯ৰ ভেকচিন অনুমোদনক লৈ প্ৰশ্ন উত্থাপন নেতা-কৰ্মীৰ

সৰ্বভাৰতীয় ড্ৰাগ এক্সন নেটৱৰ্কে সদৰী কৰা মতে, ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰকে পাৰদৰ্শীতাৰ আৱশ্যকীয়তাৰ উলংঘন কৰিছে আৰু এছইচিৰ কাম-কাজক লৈ ই চিডিএছচিঅৰ প্ৰথাৰ বিপৰীত দিশত গতি কৰিছে ।

ৰোগীসকলৰ বাবে সুলভ মূল্যৰ ঔষধৰ ক্ৰমবৰ্ধমান ক্ষেত্ৰত সক্ৰিয় কৰ্মীসকলৰ নেটৱৰ্ক, কোভিড-১৯ৰ বিশেষজ্ঞ সমিতিৰ সদস্যৰ বিৱৰণ নিদিয়াৰ বাবে চৰকাৰক সমালোচনা কৰা হৈছে ।

ভাৰতত এই ঔষধৰ বাবে সঠিক তথ্য, অশুদ্ধতা প্ৰফাইল ইত্যাদিৰ এতিয়াও স্পষ্টতা দেখা নাই বুলি অভিযোগ উত্থাপন কৰে কৰ্মকৰ্তাসকলে । লগতে কয় যে, এতিয়াও বহু দেশত ফেভিপিৰভিৰ পৰীক্ষাৰ অধীনত আছে আৰু কোভিড-১৯ চিকিৎসাত ইয়াৰ প্ৰভাৱৰ প্ৰমাণ পাবলৈ বাকী আছে ।

লগতে পঢ়ক : খানাপাৰাৰ নিৰ্মীয়মান অস্থায়ী ক'ভিড হাস্পতাল পৰিদৰ্শন হিমন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.