ETV Bharat / entertainment

অসম কন্যা খানজাদীৰ অসুস্থতাক লৈ ঠাট্টা প্ৰতিযোগীৰ, সমৰ্থনত ওলাই আহিল অনুৰাগী - খানজাদীৰ সমৰ্থনত ওলাই আহিল অনুৰাগী

Bigg Boss 17: খানজাদীৰ স্বাস্থ্যজনিত সমস্যাক লৈ ঠাট্টা কৰাৰ পিচত এতিয়া তেওঁৰ সমৰ্থনত ওলাই আহিছে অনুৰাগী । শেহতীয়াকৈ খানজাদীয়ে কৈছিল যে তেওঁ Ankylosing Spondylitis নামৰ ৰোগত আক্ৰান্ত ।

Bigg Boss 17 update: Khanzaadi fans slam Isha Malviya, Mannara Chopra for mocking her illness
খানজাদীৰ স্বাস্থ্যজনিত সমস্যাক লৈ ঠাট্টা কৰাৰ পিচত এতিয়া তেওঁৰ সমৰ্থনত ওলাই আহিছে অনুৰাগী
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:25 PM IST

চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: প্ৰতিদিনে বিগ বছ ১৭ ৰ ঘৰত নতুন নতুন দৃশ্যপট দেখা পোৱা গৈছে ৷ প্ৰতিদিনে ইগৰাকীৰ সিগৰাকীৰ মাজত তৰ্ক-বিতৰ্ক, মনোমালিন্য দেখা পোৱা গৈছে । এনে পৰিস্থিতিত প্ৰতিযোগীসকলে জানি বা অজানিতে ইগৰাকীয়ে সিগৰাকীৰ আৱেগক আঘাত দিয়া দেখা গৈছে । শেহতীয়াকৈ ৰেপাৰ খানজাদীয়ে প্ৰকাশ কৰিছে যে তেওঁ Ankylosing Spondylitis নামৰ ৰোগত আক্ৰান্ত । এই প্ৰকাশৰ পিচতে বিগ বছৰ আন প্ৰতিযোগীয়ে খানজাদীৰ বেমাৰক লৈ ঠাট্টা কৰিছিল আৰু মিছা কোৱা বুলি দাবী কৰিছিল ।

খানজাদীৰ স্বাস্থ্যজনিত সমস্যাক লৈ কৰা ঠাট্টা-মস্কৰাৰ পিচতে, এতিয়া ছ’চিয়েল মিডিয়াত খানজাদীৰ সমৰ্থনত ওলাই আহিছে অনুৰাগী । এগৰাকী ব্যৱহাৰকাৰীয়ে এক্সত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘খানজাদী শক্তিশালী হৈ থাকক । আমি জানো আপুনি এগৰাকী সাহসী ছোৱালী, আশা হেৰুৱাব নালাগে । এইটো সময়ো পাৰ হৈ যাব, আমি আশা কৰিছো যে এই সপ্তাহত কালাৰছ টিভিয়ে খানজাদীৰ চিকিৎসকৰ স্পষ্ট ক্লিপটো দেখুৱাব, য’ত তেওঁ কৈছিল যে খানজাদীয়ে বহুত কষ্ট ভোগ কৰিবলগীয়া হৈছিল, গতিকে সত্য ওলাই আহিব আৰু তাৰ পিচত খানজাদী পুনৰ খেললৈ উভতি আহিব ।’’

  • #khanzaadi stay strong🥹 we know you r brave girl Dont losing hope❤️this shall to be pass We r expecting this wkw @ColorsTV show her doctor clarification clips in which he said she was suffered alot so the truth will outcome nd then she back to in the game 🤞🏻#BIGGBOSS17 #bb17

    — Sunpreet sany brar (@sany_brar) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিগ বছক লৈ ক্ষুব্ধ অনুৰাগী

আন এজন ব্যৱহাৰকাৰীয়ে বিগ বছৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘এই সকলোবোৰ খানজাদীৰ লগত হৈছিল, কিন্তু বিগ বছে এবাৰো তাইক কনফেচন ৰুমৰলৈ মাতি কথা পতাৰ কথা এবাৰো ভবা নাই ।'

মন্নাৰাক ভেম্প অভিহিত, ঈশাৰ ওপৰতো খং অনুৰাগীৰ

ইয়াৰ উপৰিও এজনে লিখিছে - 'ঈশা বা মন্নাৰাক "Ankylosing Spondylitis"ৰ বানান সুধিব লাগে । তেওঁলোকে খানজাদীক তেওঁৰ স্বাস্থ্যৰ বাবে দোষ দি থাকে আৰু এই মানুহবোৰ কাৰোবাৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি কিমান সংবেদনহীন সেয়া হতাশাজনক । আন এজনে লিখিছে - 'মন্নাৰা ভ্যাম্প, বন্ধু বুলি দাবী কৰি নিজৰ বন্ধুৰ স্বাস্থ্যৰ অৱস্থা দেখি হাঁহিছে ।

চিকিৎসকে নিশ্চিত কৰিছিল খানজাদীৰ ৰোগ

উল্লেখ্য যে, শেহতীয়াকৈ খানজাদীৰ চিকিৎসকে তেওঁৰ অসুস্থতা নিশ্চিত কৰিছিল । ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ওলাইছিল, য’ত খানজাদীৰ চিকিৎসকে কৈছিল যে তেওঁ অটোইমিউনৰ বাবে শৰীৰটো লৰচৰ কৰিব পৰা নাছিল । খানজাদী হুইল চেয়াৰত বহি চিকিৎসকৰ ওচৰলৈ আহিছিল । তেওঁ দাবী কৰিছিল যে খানজাদীয়ে মিছা কথা কোৱা নাই ৷ সেয়েহে, তেওঁৰ স্বাস্থ্যক লৈ ঠাট্টা কৰিব নালাগে ।

  • I just hope this b!tch go through something #KhanZaadi has gone through, get humiliation in front of 10 PPL...get cornered by everyone n much worse..then she'll understand what real pain n mental trauma is!!
    Be fkn human for once u piece of shit! https://t.co/THWC2fyrQo

    — ddeonu's noona🫶 (@ddeonuislove) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Bigg Boss 17: বিগ বছে খেলিলে নতুন খেল; খানজাদীলৈ লক্ষ্য কৰি অভিষেকৰ মনৰ ক্ষোভ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.