ETV Bharat / entertainment

Shweta Bachchan: বিয়াৰ পাচত ৩ হাজাৰ টকা বেতনত শিক্ষকতা কৰিছিল অমিতাভ বচ্চনৰ কন্যা শ্বেতাই

author img

By

Published : Nov 6, 2022, 12:46 PM IST

শেহতীয়াকৈ নব্যাৰ প’ডকাষ্ট ‘ৱাট দ্য হেল নব্যা’ৰ এটা খণ্ডত শ্বেতা বচ্চন নন্দাৰ কন্যা নব্যা নভেলী নন্দাই তেওঁ আৰু তেওঁৰ মাতৃ তথা আইতাক জয়া বচ্চনৰ ধনৰ সৈতে সম্পৰ্ক আৰু মহিলাৰ বাবে আৰ্থিক সম্পৰ্কৰ ওপৰত এক আলোচনা কৰে ৷ য'ত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে কিদৰে বিবাহৰ পিছত শ্বেতাই মাহিলী ৩ হাজাৰ টকা বেতনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল...

After marriage, Big B's daughter Shweta Bachchan worked as teacher for Rs 3K a month
৩ হাজাৰ টকা বেতনত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল অমিতাভ বচ্চনৰ কন্যা শ্বেতা বচ্চন নন্দাই

চিটাৰা ডেস্ক, 11 নৱেম্বৰ: প্ৰবীণ অভিনেতা তথা মেগাষ্টাৰ অমিতাভ বচ্চনৰ কন্যা উদ্যোগী তথা স্তম্ভলেখক শ্বেতা বচ্চন নন্দাই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে, তেওঁ প্ৰতিমাহে ৩ হাজাৰ টকা দৰমহাত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল(Shweta Bachchan worked as teacher) ।

শেহতীয়াকৈ, নব্যাৰ প’ডকাষ্ট(shweta bachchan jaya bachchan navya podcast) ‘ৱাট দ্য হেল নব্যা’ৰ এটা খণ্ডত শ্বেতা বচ্চন নন্দাৰ কন্যা নব্যা নভেলী নন্দাই তেওঁ আৰু তেওঁৰ মাতৃ তথা আইতাক জয়া বচ্চনৰ ধনৰ সৈতে সম্পৰ্ক আৰু মহিলাৰ বাবে আৰ্থিক স্বাধীনতাৰ সম্পৰ্কৰ ওপৰত এক আলোচনা কৰিছিল(what the hell navya podcast) ।

টকাৰ লগত বেয়া সম্পৰ্ক

তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰি থকাৰ সময়ত শ্বেতাই কিদৰে ব্যৱসায়ী নিখিল নন্দাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ দিল্লীলৈ যোৱাৰ সময়ত কিণ্ডাৰগাৰ্টেন স্কুলত সহকাৰী শিক্ষক হিচাপে কাম কৰিছিল সেই বিষয়ে উল্লেখ কৰে(shweta bachchan on money and finances)। টকাৰ সৈতে মোৰ সঁচাকৈয়ে বেয়া সম্পৰ্ক আছে বুলিও তেওঁ স্বীকাৰ কৰে ।

ভাতৃৰ পৰা টকা ধাৰলৈ লৈছিল শ্বেতাই

ভাতৃ অভিষেক বচ্চনৰ পৰা ধাৰ কৰা ধনৰ কথাও মনত পেলাই শ্বেতাই কয়, "মই কেৱল কলেজতে নহয় স্কুলতো খাদ্য ক্ৰয় কৰিবলৈ টকা ধাৰ লৈ আছিলো (অভিষেক বচ্চনৰ পৰা)।" যেতিয়া আপুনি বৰ্ডিং স্কুলত থাকে, তেতিয়া এই (খাদ্য) এই সকলোবোৰৰ বিষয়ে মই কেতিয়াও শিকা নাছিলোঁ ।"

শ্বেতাই কয় যে, "যেতিয়া আপুনি বৰ্ডিং স্কুলত থাকে, তেতিয়া খাদ্যই হৈছে একমাত্ৰ বস্তু যাৰ অবিহনে আপুনি থাকিব নোৱাৰে ৷ মোক এই বিষয়ে কেতিয়াও কোনেও অৱগত কৰোৱা নাছিল আৰু ইয়াৰ ওপৰত মোৰ কোনো প্ৰাৰম্ভিক জ্ঞানো নাছিল ৷"

ইমান টকা পাইছিল

তেওঁ লগতে কয়, "তাৰ পিছত যেতিয়া মই বিবাহ পাশত আৱদ্ধ হৈছিলো, আৰু মই দিল্লীত আছিলো, তেতিয়া মই কিণ্ডাৰগাৰ্টেন লাৰ্ণিং ট্ৰীত সহকাৰী শিক্ষয়ত্ৰীৰ চাকৰি লাভ কৰিছিলো । তাত মই দৰমহা পাইছিলো মাহে ৩,০০০ টকা । মই এই টকা বেংকত সঞ্চয় কৰি ৰাখিছো ৷"

এইদৰে খৰচ মেনেজ কৰিছিল শ্বেতাই

শ্বেতাই নব্যা নভেলী নন্দাক তেওঁৰ বিত্তীয় সাহায্যৰ মাইক্ৰ’ছফ্ট এক্সেল শ্বীট অনুসৰণ কৰি দৈনন্দিন খৰচ পৰিচালনা কৰাৰ বাবেও কৃতিত্ব দিয়ে ।

লগতে পঢ়ক: Jee Le Zaraa ৰে সমাজৰ দৃষ্টিভংগী সলোৱাৰ মন কেটৰিণা প্ৰিয়ংকা আলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.