ETV Bharat / elections

জিকিৰ গাই ভোটাৰক আকৰ্ষণৰ চেষ্টা দিলীপ শইকীয়াৰ

author img

By

Published : Apr 6, 2019, 12:55 PM IST

নৃত্যৰ পাচতেই এতিয়া জিকিৰে স্থান পালে লোকসভা প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত ৷

দিলীপ শইকীয়া

দিপীলা, 6 এপ্ৰিলঃ ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থীয়ে অৱলম্বন কৰিছে নিত্য নতুন কৌশল ৷ হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰ পৰৱৰ্তী সময়ত এইবাৰ জিকিৰ গালে আন এগৰাকী বিজেপি প্ৰাৰ্থীয়ে ৷

দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাই থকা মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ভোটাৰক আকৰ্ষণ কৰিবলৈ দিপীলাত গালে জিকিৰ ৷ আনহাতে এই সভাতে অৰ্ধশতাধিত মুছলমান লোকে বিজেপি দলত যোগদান কৰে ৷

দিলীপ শইকীয়া

ছিপাঝাৰ বিধানসভা সমষ্টিত আঠখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দৰং ৰে’ললাইন সম্পৰ্কে অহা পাঁচ বছৰৰ ভিতৰত জিলাখনত ৰে’ললাইন সংযুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিজেপি মুছলমান বিৰোধী নহয় ৷ যিসকলে অবৈধভাৱে দেশ তথা ৰাজ্যত প্ৰৱেশ কৰি আমাৰ জাতি-মাটি-ভেটি ৰক্ষাৰ নামত শংকা নমাই আনিছে বিজেপি সেইসকলৰ বিৰোধী বুলি কয় বিজেপি বিধায়কগৰাকীয়ে ৷

A_DARRANG_6APL_801_BJP_VIS_BYTE.【801_802 FTP】 

 দিলীপ শইকীয়াৰ নিৰ্বাচনী সভা ৷

Anchor ---- ন -ন কৌশল অৱলম্বন কৰি এতিয়া ভোটাৰৰ মন জয় কৰিব বিছাৰিছে প্ৰত্যেকটো ৰাজনৈতিক দলে ৷

ষ্টাৰ কেম্পেইনাৰৰ নৃত্যৰ পিছত জিকিৰ গাই ভোটাৰৰ মন ভুলোৱাৰ চেষ্টা দিলীপ শইকীয়াৰ ৷

V/O ----সমগ্ৰ দেশত এতিয়া চলিছে নিৰ্বাচনী গৰম বতাহ ৷ সকলো ৰাজনৈতিক দলে এতিয়া চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজনৈতিক দল সমুহে নিজৰ   প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে ন-ন কৌশল অৱলম্বন কৰিছে ৷ শুক্ৰবাৰে মংগলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই দিপীলাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ গালে জিকিৰ ৷ প্ৰায় অৰ্ধ শতাধিক সংখ্যালঘু লোক  কংগ্ৰেছ দলৰ প্ৰতি মোহ ভংগ হৈ  বিজেপি দলত যোগদান কৰে ৷ ছিপাঝাৰ সমষ্টিত ৮খনকৈ নিৰ্বাচনী সভাত অংশ লোৱা দিলীপ শইকীয়াই সততে বিৰোধী দল সমুহে সমালোছনা কৰা দৰঙৰ ৰেললাইন সম্পৰ্কত অহা ৫ বছৰৰ ভিতৰত দৰঙত ৰেললাইন সংযুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ আনহাতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কয় বিজেপি মুছলমান বিৰোধী নহয় ৷  যি সকল লোকে অবৈধ ভাবে দেশ তথা ৰাজ্যত বসবাস কৰি আমাৰ জাতি -মাটি -ভেটি ৰক্ষাৰ  নামত শংকা নমাই আনিছে বিজেপি সেইসকলৰ বিৰোধী বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ 
Byte_Mal, 
Debabrat goswami. darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.