ETV Bharat / elections

পত্নী আইমীৰ সৈতে ভোটদান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জাগীৰোড সমষ্টিৰ আঁহতগুৰি পঞ্চায়তৰ ২৭৬ নং মৰাকলং এল পি স্কুল (উত্তৰ) ভোট কেন্দ্ৰত ভোটদান মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰীগৰাকীয়ে পুৱা ৮ বাজি ২০ মিনিটত পত্নী আইমী বৰুৱা সহ ভোট কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ লগত শাৰী পাতে আৰু প্ৰায় এঘণ্টা দহ মিনিট সময় শাৰীত থিয় হৈ সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ।

পত্নী আইমী বৰুৱাৰ সৈতে ভোট প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকাৰ
author img

By

Published : Apr 18, 2019, 6:30 PM IST

ৰহা,১৮ এপ্ৰিলঃ জাগীৰোড সমষ্টিৰ আঁহতগুৰি পঞ্চায়তৰ ২৭৬ নং মৰাকলং প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পত্নী আইমী বৰুৱাৰ সৈতে ভোট প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

পত্নী আইমী বৰুৱাৰ সৈতে ভোট প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকাৰ

মন্ত্ৰীগৰাকীয়ে পুৱা ৮ বাজি ২০ মিনিটত পত্নী আইমী বৰুৱা সহ ভোট কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ লগত শাৰী পাতে আৰু প্ৰায় এঘণ্টা দহ মিনিট সময় শাৰীত থিয় হৈ সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ । ভোটদানৰ দিনটোক বিশেষ দিন বুলি অভিহিত কৰি নিজৰ আনন্দ ব্যক্ত কৰে পীয়ূষ হাজৰিকাই ৷

Intro:জাগীৰোড সমষ্টিৰ আঁহতগুৰি পঞ্চায়তৰ ২৭৬ নং মৰাকলং প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পত্নী আইমী বৰুৱাৰ সৈতে ভোট প্ৰদান মন্ত্ৰী পিজুষ হাজৰিকাৰ ।Body: জাগিৰোড সমষ্টিৰ আঁহতগুৰি পঞ্চায়তৰ ২৭৬ নং মৰাকলং এল পি স্কুল (উত্তৰ) ভোট কেন্দ্ৰত ভোটদান কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে পুৱা ৮,২০ বজাত পত্নী আইমী বৰুৱা সহ ভোট কেন্দ্ৰটোত উপস্থিত হৈ ৰাইজৰ লগত শাৰী পাতে আৰু প্ৰায় এঘণ্টা দহ মিনিট শাৰীত থিয় হৈ ভটাধিকাৰ সাব্যস্ত কৰে। শেহতীয়াকৈ প্ৰাক্তন মন্ত্ৰী জাগীৰোড সমষ্টিৰ প্ৰাক্তন বিধায়ক বুবুল দাসে কংগ্ৰেছত যোগদানে বিজেপিৰ বাবে কোনো প্ৰত্যাহ্বান নহয় বুলি কয়। ইপিনে আইমী বৰুৱাই কল্পনা কৰা মতেই ফল পাব বুলি কয়।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.