ETV Bharat / elections

সমাজ বিভাজন কৰা ,দাবী ধমকি দিয়া নেতা আমাক নালাগেঃ প্ৰমোদ বড়ো - UPPL

"সোতৰ বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে কিন্তু নিবনুৱা সমস্যা সমাধান নহ'ল, ইয়াত কোনো ইণ্ডাষ্ট্ৰী স্থাপন নহ'ল আৰু এতিয়া নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰি ৰাইজৰ আগত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে ৷ "

সমাজ বিভাজন কৰা ,দাবী ধমকি দিয়া নেতা আমাক নালাগেঃ প্ৰমোদ বড়ো
author img

By

Published : Apr 19, 2019, 6:59 PM IST

শুকুৰবাৰে বাক্সা জিলাৰ বৰিমাখাত ৫নং কোকোৰাঝাৰ লোকসভাৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ..

  • সমাজ বিভাজন কৰা, দাবী ধমকি দিয়া নেতা আমাক নালাগে ৷ সমাজখনক ভাল নেতৃত্ব দিব পৰা, মৰম চেনেহৰে বান্ধিব পৰা ,নেতৃত্ব দিব পৰা নেতাহে আমাক লাগেঃ প্ৰমোদ বড়ো
    সমাজ বিভাজন কৰা ,দাবী ধমকি দিয়া নেতা আমাক নালাগেঃ প্ৰমোদ বড়ো
  • সোতৰ বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে কিন্তু নিবনুৱা সমস্যা সমাধান নহ'ল, ইয়াত কোনো ইণ্ডাষ্ট্ৰী স্থাপন নহ'ল আৰু এতিয়া নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰি ৰাইজৰ আগত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছেঃ প্ৰমোদ বড়ো
  • পৰিৱৰ্তন অনাৰ স্বাৰ্থত ৰাইজে নৱ শৰণীয়াক সাংসদ বনালে, কিন্তু একো কামত নাহিল ৷ সাংসদ হিচাপে ৫ বছৰত ২৫ কোটি টকা ক'ত খৰচ কৰিলে তাৰ কোনো চিনমোকাম নাইঃ প্ৰমোদ বড়ো

Intro:বাক্সাত নিৰ্বাচনীী প্ৰচাৰ প্ৰমোদ বড়োৰ ৷Body:বাক্সাত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ:
সোতৰ বছৰ কাল শাসনত থাকিও হাগ্ৰামা মহিলাৰীয়ে মানৱ সম্পদ সৃষ্টি কৰিব নোৱাৰাতো দুৰ্ভাগ্যজনক:
সাংসদ শৰণীয়াই ২৫ কৌটি টকা কত খৰচ কৰিলে তাৰ উন্নয়নৰ ৰাইজে নেদেখিলেঃ প্ৰমোদ বড়ো
বৰমা, ১৯ এপ্ৰিলঃ
সমাজ বিভাজন কৰা, দাবী ধমকি দিয়া নেতা আমাক নালাগে ৷ সমাজখনক ভাল নেতৃত্ব দিব পৰা, মৰম চেনেহৰে বান্ধিব পৰা নেতৃত্ব দিব পৰা নেতাহে আমাক লাগে বুলি আজি বাক্সা জিলাৰ বৰিমাখাত ইউপিপিএল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে এইদৰে কয় ৷ তেওঁ আৰু কয় ১৭ বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে কিন্তু নিবনুৱা সমস্যা সমাধান নহল, ইয়াত কোনো ইণ্ডাষ্ট্ৰী স্থাপন নহল আৰু এতিয়া নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰি ৰাইজৰ আগত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে ৷
বৰ্তমানৰ সাংসদ নৱ শৰণীয়াক সমালোচনা কৰি কয় যে পৰিৱৰ্তন অনিৰ চাৰ্থত ৰাইজে নৱ শৰণীয়াক সাসদ বনালে কিন্তু একো কামত নাহিল ৷ সাংসদ হিচাপে ৫ বছৰত ২৫ কৌটি টকা কত খৰচ কৰিলে তাৰ চিনমোকাম নাই বুলি ভাষণত কয় ৷ নিজৰ গাডিৰ স্বাৰ্থৰ কাৰণে সাম্প্ৰদায়িক বাতাৱৰণৰ সৃষ্টিৰে নিজৰ ঘৰতে ভাই ভাইৰ মাজত কাজিয়াৰ সৃষ্টি কৰি এতিয়া আকৌ এবাৰ সাংসদ হোৱাৰ কাৰণে উঠিপৰি লাগিছে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:ইউপিপিএল দলৰ প্ৰাৰ্থী ৫নং কোকোৰাঝাৰ লোকসভাৰ সমষ্টিৰ ইউজিব্ৰহ্মৰ হৈ নিৰ্বাচনীী প্ৰচাৰ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.