ডুমডুমা, 3 ডিচেম্বৰ : ডুমডুমাৰ ৰূপাই চাইডিঙত আজি পুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয় । চাহপুলি কঢ়িয়াই অনা এখন টাটা 407 গাড়ী আৰু এখন ৱেগনাৰ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।

দুৰ্ঘটনাৰ ফলত দুয়োখন গাড়ী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে । সৌভাগ্যক্ৰমে বাহন দুখনত থকা কোনো লোক আহত হোৱা নাই ।

লগতে পঢ়ক : আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে