ETV Bharat / city

তিনিচুকীয়াত পূৰ্ণগতিত চলিছে শাৰদীয় দুৰ্গোৎসৱ

author img

By

Published : Oct 8, 2019, 6:10 AM IST

Updated : Oct 8, 2019, 11:24 AM IST

মহাঅষ্টমীৰ নিশা সংৰক্ষিত আৰক্ষী কলনিৰ পূজা মণ্ডপত নীল আকাশ আৰু কুসুম কৈলাশৰ সংগীতানুষ্ঠান ৷

তিনিচুকীয়াত পূৰ্ণগতিত চলিছে শাৰদীয় দুৰ্গোৎসৱ

তিনিচুকীয়া,8 অক্টোবৰ: ৰাজ্যত এতিয়া চাৰিওফালে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহ ৷ দেৱী দুৰ্গাৰ আশিষ বিচাৰি ৰাজ্যৰ ব্ৰক্ষ্মপুত্ৰৰ পৰা বৰাকলৈ এতিয়া লাখৰ সংখ্যাত ৰাইজ ওলাই আহিছে পূজা চাবলৈ ৷ ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰ তিনিচুকীয়া জিলাতো ৰাইজৰ মাজত অব্যাহত আছে পূজাৰ আনন্দ-উল্লাস ৷ দেওবাৰে মহাঅষ্টমীৰ নিশা মা দুৰ্গাৰ আৰ্শীবাদ ল'বলৈ বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে তিনিচুকীয়া সংৰক্ষিত আৰক্ষী চাউনিৰ পূঁজা মণ্ডপলৈ ৷ আগৰ বছৰবোৰৰ দৰে এইবাৰো তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অতি উলহ মালহৰে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷

মহা অষ্টমীৰ লগত সংগতি ৰাখি দেওবাৰে নিশা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় সংৰক্ষিত আৰক্ষী চাউনিৰ পূজা মণ্ডপত ৷ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি হাজাৰ-হাজাৰ ৰাইজৰ আগত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠ শিল্পী নীল আকাশ, কুসুম কৈলাশৰ লগতে আন কেইবাজনো উদীয়মান শিল্পীয়ে ৷

Intro:ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহ অব্যাহত আছে৷ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো অব্যাহত আছে পূঁজাৰ আনন্দ-উল্লাস৷ মহাঅষ্টমী নিশা মা দেৱী দূৰ্গাৰ অাৰ্শীক লবলৈ ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে তিনিচুকীয়া সংৰক্ষিত আৰক্ষী চাউনিৰ পূঁজা মণ্ডপলৈ। এইবাৰ তিনিচুকীয়া জিলা অাৰক্ষীৰ উদ্যোগত তিনিচুকীয়া সংৰক্ষিত অাৰক্ষী নিবেশত দূৰ্গা অতি উলহ মালহৰে অনুষ্ঠিত কৰিছে৷ মহাঅষ্টমী নিশা অাৰক্ষীৰ কৰ্তৱ্য পালনৰ মাজতে এই পূজা ভাগৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানও অায়োজন কৰে। সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী নীল অাকাশ অাৰু কুসুম কৈলাশৰ লগতে কেইবাজনো উদীয়মান শিল্পীয়ে।Body:Song Neel Akash
Song Kusum koilashConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
Last Updated : Oct 8, 2019, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.