ETV Bharat / city

প্ৰতিবাদ দমনৰ বাবে চিৰাং আৰু তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হৈ থকা ধাৰাবাহিক আন্দোলনক মষিমুৰ কৰাৰ বাবেই ১৪৪ ধাৰা জাৰি কৰিছে জিলাখনত ।

author img

By

Published : Dec 9, 2019, 10:02 PM IST

চিৰাং আৰু তিনিচুকীয়া
১৪৪ ধাৰা জাৰি
  • চিৰাঙত জাৰি কৰা হ'ল ১৪৪ ধাৰা
  • চিৰাং জিলা দণ্ডাধীশ গৌতম তালুকদাৰে এক নিৰ্দেশনাযোগে জিলাখনত জাৰী কৰে ১৪৪ ধাৰা
  • সম্প্ৰতি ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াতো জাৰি কৰা হয় ১৪৪ ধাৰা
    চিৰাং আৰু তিনিচুকীয়া
    ১৪৪ ধাৰা জাৰি
  • তিনিচুকীয়া জিলা প্ৰশাসনে জোঁৰ সমদল কাৰ্যসূচীত জাৰি কৰে ১৪৪ ধাৰা
  • কোনো দল-সংগঠনে জিলাখনত বাহিৰ কৰিব নোৱাৰিব জোঁৰ সমদল

Intro:চিতাঙত ১৪৪ ধাৰা জাৰি । জিলা দণ্ডাধীশ গৌতম তালুকদাৰে এক নিৰ্দেশনাযোগে জিলাখনত ১৪৪ ধাৰা জাৰী কৰে । নাগৰিকত্ব সংশোধনি বিধেয়ক ৰ বিৰুদ্ধে হৈ থকা ধাৰাবাহিক আন্দোলনক মহিমুৰ কৰাৰ বাবেই এই ১৪৪ ধাৰা জাৰি কৰিছে জিলাখনত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:চিতাঙত ১৪৪ ধাৰা জাৰি

Conclusion:চিতাঙত ১৪৪ ধাৰা জাৰি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.