ETV Bharat / city

বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাঁহাকাৰ ভুক্তভোগীৰ

কাকপথাৰৰ ২নং ডিৰাক গাঁৱত বানপানীৰ ফলত ভাগিল কেইবাটাও পুখুৰী ৷ মীন পালনৰে স্বাৱলম্বী হ'ব খোজা সাধাৰণ জনতাৰ মাজত হাহাকাৰ

author img

By

Published : Jun 10, 2019, 2:44 PM IST

কাকপথাৰৰ ২নং ডিৰাক গাঁৱত বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাহাঁকাৰ ভুক্তভূগীৰ

শদিয়া,10 জুনঃ মৎস্য উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ মন কাকপথাৰৰ ২নং ডিৰাক গাঁৱৰ স্থানীয় বাসিন্দা সকলৰ ৷ কিন্তু বানপানীৰ ফলত গাওঁখনৰ অৰ্ধশতাধিক পুখুৰীত পানী সোমোৱাত উটি যায় পুখুৰীত মেলা মাছৰ পোনাসমূহ ৷ বহু কষ্টৰে মেলা মাছৰ পোনা সমূহ উটি যোৱাৰ পিছতো খবৰ নাই মীন বিভাগৰ ৷ কাকপথাৰস্থিত কাৰ্যালয়ত ভুক্তভোগীয়ে বিষয়টো অৱগত কৰিছে যদিও আজিকোপতি বিভাগীয় কৰ্মচাৰী,ৰাইজৰ আঞ্চলিক প্ৰতিনিধি বা মন্ত্ৰী,বিধায়কক দেখিবলৈ নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ৷ ক্ষতিগ্ৰস্ত ৰাইজক অতি শীঘ্ৰেই ক্ষতিপূৰণৰ দাবী জনাইছে অঞ্চলটোৰ উদ্যোগীসকলে ৷

বানপানীৰ ক্ষতিপূৰণ বিচাৰি হাহাঁকাৰ ভুক্তভোগীৰ

Intro:বানপানীৰ ফলত ভগা পুখুৰীৰ ক্ষতিপুৰণ বিচাৰি হাহাঁকাৰ ভুক্তভুগীৰ

শদিয়া : কৃষি প্ৰদান এটা অঞ্চল ৷ প্ৰচোৰ সম্ভাৱনা থকা অঞ্চলটোত নাই চৰকাৰী কোনো সাৰ্হায্য ৷ গাওঁখন কাকপথাৰৰ ২নং ডিৰাক ৷ কষ্টোউৰ্পাজিত ধনেৰে পুখুৰী খাণ্ডি মৎস্য উৎপাদন কৰি স্বাৱলম্বী হোৱাৰ মন অঞ্চলবাসীৰ মহিলা তথা পুৰুষসকলৰ ৷ কিন্টু প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত সপোন ভাগি চোৰমাৰ হল গাওঁবাসীৰ ৷ বাৰিষাৰ আৰম্ভনিতে হোৱা বানপানীৰ ফলত গাওঁখনৰ অৰ্ধশতাধিক পুখুৰীত পানী সোমোৱাত মাছৰ পোনা সমুহ উটি যায় ৷ বহু কষ্টৰে মেলা মাছৰ পোনা সমুহ উটি যোৱাৰ পিছতো খবৰ নাই বিয়াগোম মিন বিভাগটোৰ ৷ বিভাগটোৰ স্থানীয় কাকপথাৰস্থিত কাৰ্যালয়ত ভুক্তভুগীয়ে বিষয়টো জনাইছে যদিও আজিকোপতি বিভাগীয় কৰ্মচাৰী, ৰাইজৰ আঞ্চলিক প্ৰতিনিধি বা মন্ত্ৰী, বিধায়কক দেখিবলৈ নোপোৱাত খৰ্গগ্ৰস্ত হৈ পৰিছে ভুক্তভগি ৷ উল্লেখ্য যে ৰাজ্যৰ বিয়াগোম মিন বিভাগটোৱে পুখুৰী খাণ্ডি মাছ পোহিবলৈ অনুদান দিয়াৰ দুৰৰে কথা কষ্টোউৰ্পাজীত ধনেৰে পুখুৰী খাণ্ডি মাছ পোহাৰ পিছত বানপানীৰ বাবে সকলো শেষ হোৱাৰ পিছতো খবৰ এটা নোলোৱা কাৰ্যক আচৰিত কৰি তোলিছে অঞ্চলবাসীক ৷ ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপুৰণৰ দাবী জনাইছে সচেতন মহলে ৷ প্ৰচোৰ সম্ভাৱনা থকা অঞ্চলটোত চৰকাৰৰ সু-দৃষ্টি পৰিলে বহি:ৰাজ্যত কাম কৰিবলৈ যোৱা যুৱকৰ সংখ্যা কমিব বুলি আশা কৰিছে গাওঁবাসীয়ে ৷Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.