শদিয়া,4 নৱেম্বৰ : তিনিচুকীয়াৰ জিলাৰ ডুমডুমাৰ বাঘজানত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী। বাঘজান চাহ বাগিছাৰ 25 নং চেকচনত বনবিভাগে পতা পিঞ্জৰাত নিশাৰ ভাগত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো ৷

বিগত কিছুদিন ধৰি বাঘজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ।

আৰু পঢ়ক: উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে বৈঠক ৰাজনাথ সিঙৰ