ETV Bharat / city

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

মেঘালয়ৰ উমৰয়ত সোমবাৰৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে যুটীয়া সামৰিক অনুশীলন মৈত্ৰী - 2019 ৰ শুভাৰম্ভ কৰে ৷ সোমবাৰৰ পৰা 29 ছেপ্তেম্বৰলৈ চলিবলগীয়া এই বাৰ্ষিক দ্বিপাক্ষিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি কৰা আৰু ঘন জংঘল আৰু চহৰ উভয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা ৷

author img

By

Published : Sep 16, 2019, 11:17 PM IST

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

তেজপুৰ, 16 ছেপ্তেম্বৰ : মেঘালয়ৰ উমৰয়ত সোমবাৰৰ পৰা ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মীয়ে যুটীয়া সামৰিক অনুশীলন মৈত্ৰী - 2019 ৰ শুভাৰম্ভ কৰে ৷ সোমবাৰৰ পৰা 29 ছেপ্তেম্বৰলৈ চলিবলগীয়া এই বাৰ্ষিক দ্বিপাক্ষিক অনুশীলনৰ মূল উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি কৰা আৰু ঘন জংঘল আৰু চহৰ উভয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা ৷ ওমৰয়ৰ জইন্ট ট্ৰেইনিং ন'ডত (Joint Training Node) এই যুটীয়া অনুশীলনৰ আৰম্ভ কৰে দুয়ো দেশৰ সেনাই ৷

ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

উল্লেখ্য যে, ভাৰত আৰু থাইলেণ্ড সেনাৰ মাজত 14 দিনীয়া কাৰ্যসূচীৰে এই অনুশীলন কৰা হ'ব ৷ দুয়োখন দেশৰ সেনাই তেওঁলোকৰ বিভিন্ন অভিযানৰ অভিজ্ঞতাসমূহৰ বিষয়েও এই অনুশীলনতে বৰ্ণনা কৰিব ৷ ৪৮ ঘন্টীয়া যুটীয়া অভিযানত দুয়ো দেশৰ সৈন্যই কৌশল বিকাশ কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অনুশীলন কৰিব ৷

ভাৰতীয় সেনা আৰু ৰয়েল থাইলেণ্ড আৰ্মী
ভাৰত - থাইলেণ্ডৰ যুটীয়া সামৰিক অনুশীলন মৈত্ৰী, 2019

উল্লেখ্য যে, মৈত্ৰী অনুশীলন - 2019 হৈছে 2006 চনৰ পৰা ভাৰত আৰু থাইলেণ্ডৰ মাজৰ দীৰ্ঘ স্থায়ী দ্বিপাক্ষিক সম্পৰ্কৰ এক উদাহৰণ ৷

Intro:ভাৰত - থাইলেণ্ডৰ যুতিয়া অনুশিলন মেঘালয়ৰ উমৰয়ত ৷
তেজপুৰ,১৬ ছেপ্তেম্বৰ : ভাৰত - থাইলেণ্ড যুতিয়া মইত্ৰিৰ শুভাৰম্ভ মেঘালয়ৰ উমৰয়ত ৷আজিৰে পৰা ২৯ ছেপ্তেম্বৰলৈ চলিব লগীয়া যুতিয়া বছৰেকীয়া ব্লিটাৰেল অনুশিলন ৰয়েল থাইলেণ্ড আৰ্মি আৰু ভাৰতীয় সেনাৰ Foreign Training Node (FTN), Umroi, Meghalaya ত আৰম্ভ হৈছে ৷

Body:এই যুটিয়া অনুশিলনত সন্ত্ৰাসবাদী বিৰুধী , জংঘল অনুশিলন ভাৰত আৰু থাইলেণ্ড সেনাৰ মাজত ২০০৬ চনৰ আৰম্ভ হৈছে ৷
এই ১৪ দিনিয়া অনুশিলনৰ ফ্ৰেম ৱৰক ইউনাইটেড নেচনৰ নীতি অনুশৰি আৰম্ভ কৰা হৈছে ৷ দুয়োখন দেশৰ সেনাই তেওঁলোকৰ বিভিন্ন অপাৰেচনৰ অভিজ্ঞতা অৱগত কৰিব ৷
এই অনুশিলনত ৪৮ ঘন্টীয়া যুটিয়া অভিযানত পৰস্পৰে পৰস্পৰক সক্ৰিয় কৰি তোলাৰ লগতে কৌশল বিকাশ আৰু নিপুন যুদ্ধা কৰি তোলা ৷
Conclusion:INDO-THAILAND JOINT MILITARY EXERCISE MAITREE – 2019

Tezpur , 16 Sept: Exercise MAITREE, the annual bilateral joint exercise between Indian Army (IA) and Royal Thailand Army (RTA) commenced today at the Foreign Training Node (FTN), Umroi, Meghalaya. The aim of exercise is joint training of troops in counter terrorism operations in both jungle terrain and urban scenario. Exercise MAITREE – 2019 has been the face of long standing bilateral ties between India and Thailand since 2006. The 14 days exercise will be conducted under the framework of United Nations mandate. Both contingents will share their valuable experiences in the conduct of counter terrorism operations in from of lectures, drills, demonstrations and skill-at-arms with an aim to refine tactics, techniques and procedures.

The exercise will culminate with a 48 hours joint exercise which will showcase the planning and execution of joint skills of soldiers while conducting any counter terrorism operations.

Pranab kumar Das
Tezpur
16/9/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.