ETV Bharat / city

ক’ভিড-19: শোণিতপুৰত মুঠ আক্ৰান্ত 110 গৰাকী - covid-19 affect sonitpur district

শোণিতপুৰ জিলাত মুঠ ১১০ জন লোক কোভিড -১৯ আক্ৰান্ত । দ্বিতীয় ব'হাগৰ দিনটোত জিলাখনৰ মুঠ ২৯ জনৰ দেহত ধৰা পৰিছে ক'ৰণাৰ উপস্থিতি ৷

ক’ভিড-19 : শোণিতপুৰত মুঠ আক্ৰান্ত 110 গৰাকী

author img

By

Published : Apr 16, 2021, 10:15 PM IST

তেজপুৰ, ১৬ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষত মহামাৰী কোভিড -১৯ ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ । শুক্ৰবাৰৰ দিনটোত অসমত ৪৯৯ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ভয়াৱহ ক'ৰণাত । আনহাতে শোণিতপুৰ জিলাত শুক্ৰবাৰে দিনটোত মুঠ ১৬০০ লোকক ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত মুঠ ২৯ জনৰ দেহত ধৰা পৰিছে ক'ৰণাৰ উপস্থিতি ।

জিলাখনৰ ২৫ টা নতুন কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ৷ ইয়াৰোপৰি শোণিতপুৰ জিলাখনৰ বৰ্তমানলৈকে ১৪১৬৫ লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰিছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে পৰ্যটকৰ বাবে ইতিমধ্যে পৰ্যটনস্থলীসমূহ বন্ধ কৰি দিছে । অসমতো বহু কেইখন জিলাৰ কীৰ্তি স্থান সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অৰ্থাৎ ১৫ মে' লৈকে বন্ধ থাকিব ৷

লগতে পঢ়ক : কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.