ETV Bharat / city

চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত হৰপ্ৰীত কৌৰৰ দ্বিতীয় স্থান ৷ মুঠ 468 নম্বৰ লাভ হৰপ্ৰীতৰ ৷

author img

By

Published : Jun 25, 2020, 11:16 AM IST

হৰপ্ৰীত কৌৰৰ দ্বিতীয় স্থান
চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে ৷ 468 নম্বৰ সহ অসমৰ ভিতৰতে বাণিজ্য শাখাত দ্বিতীয় স্থান লাভ কৰিলে হৰপ্ৰীতে ৷

চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

হৰপ্ৰীত কৌৰ সোণাৰি জুনিয়ৰ কলেজৰ ছাত্ৰী । পিতৃহীন হৰপ্ৰীতৰ সাফল্যৰ আঁৰত মাতৃ কুলদীপ কৌৰৰ বহু অৱদান আছে বুলি জানিবলৈ দিয়ে হৰপ্ৰীতে । বাৰ বছৰ বয়সতে পিতৃক হেৰুৱা হৰপ্ৰীতক ককাক গুৰমীট সিঙেও সহায় কৰিছিল বুলি জানিবলৈ দিয়ে ৷

বৰ্তমান একাউনটেন্সী বিষয়ত স্নাতক ডিগ্ৰী কৰিবলৈ মন মেলিছে ছাত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.